G T M Vlogs Assam

G T M Vlogs Assam স্বাগতম জনালো আমাৰ new page video বোৰ যদি ভাল লাগে তেন্তে please আমাৰ channel টো followe কৰি আমাক প্ৰেৰণা দিব।

মামাই স্কুটী কাক দিব কাক নিদিয়ে, অৱশেষত স্কুটীক লৈ সৃষ্টি হোৱা বিতৰ্কৰমামাৰ মন্তব্য কৰিছে শুনক
17/12/2024

মামাই স্কুটী কাক দিব কাক নিদিয়ে, অৱশেষত স্কুটীক লৈ সৃষ্টি হোৱা বিতৰ্কৰমামাৰ মন্তব্য কৰিছে শুনক

06/12/2024

শুৱালকুছি বস্ত্র নগৰী অপেন মদৰ আদা শুৱালকুছি Engineering College Road

অতি শীঘ্রই মুকলি কৰিৱTransferr portal
28/11/2024

অতি শীঘ্রই মুকলি কৰিৱ

Transferr portal

27/11/2024
02/09/2024

২০২৬ চনৰ ভিতৰত অসমৰ পৰা বাল্যবিবাহৰ ঘটনা সমূলঞ্চে নোহোৱা হ'ব : মুখ্যমন্ত্রী

16/08/2024

#আজিৰ_দিনটোৰ_ৰাশিফল

মেষ ৰাশি: কোনো অসুবিধাৰ সন্মুখীন হ’ব ৷ মানসিক অৱস্থা আৰু শাৰীৰিক অসুস্থতাই বিষণ্ণ কৰি ৰাখিব ৷ অনাৱশ্যক ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে । সাৱধানে থাকক ৷ আদান প্ৰদান সম্বন্ধীয় কোনো কামত অত্যন্ত সতৰ্ক থাকিব ৷ আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী হ’ব পাৰে ৷ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অলপ কঠিন হ’ব ৷ মনত বিভিন্ন ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি হ’ব

৷বৃষ ৰাশি: দিনটো আনন্দৰে কটাব ৷ ধনদেৱীৰ কৃপালাভ কৰিব ৷ ব্যৱসায়ৰ উন্নতি হ’ব ৷ নতুন মানুহৰ সৈতে চিনাকী আৰু বন্ধুত্বই ব্যৱসায় বা কৰ্মক্ষেত্ৰত লাভদায়ক হ’ব ৷ সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটোত সকলো ক্ষেত্ৰতে আনন্দ লাভ কৰিব ৷

মিথুন ৰাশি: মানসিকভাৱে আৰামত থাকিব আৰু শাৰীৰিকভাৱে সুস্থ থাকিব ৷ কৰ্মক্ষেত্ৰত উদ্যম বৃদ্ধি পাব ৷ কোনো কামৰ বাবে প্ৰশংসিত হ’ব ৷ সামাজিক দিশত সন্মান বৃদ্ধি পাব ৷ ব্যক্তিগতভাৱে দিনটো আনন্দৰে সৈতে পৰিয়ালৰ সৈতে কটাব ৷ পদোন্নতি লাভ ৷ সফল হ’ব ৷

কৰ্কট ৰাশি: ভাগ্য ভাল ৷ বিদেশৰপৰা ভাল খবৰ আহিব পাৰে ৷ সৰুসুৰা কোনো ভ্ৰমণ বা তীৰ্থযাত্ৰাত যাব পাৰে ৷ গোটেই দিন মানসিকভাৱে প্ৰফুল্ল আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিব ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে আনন্দেৰে কটাব ৷ কৰ্মক্ষেত্ৰত আৰ্থিক লাভ বৃদ্ধি ৷ বিদেশত বা তীৰ্থযাত্ৰাত যোৱাৰ পৰিকল্পনা বাস্তৱায়িত হ’ব পাৰে ৷

সিংহ ৰাশি: স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকিব৷ খৰচ বৃদ্ধি ৷ কিছুমান নেতিবাচক চিন্তাই আমনি দি থাকিব ৷ এইবোৰৰ পৰা দূৰত থাকক ৷ ধ্যান কৰক, আধ্যাত্মিক চিন্তা কৰক ৷ মানসিক শান্তি লাভ কৰিব ৷

কন্যা ৰাশি: শুভ দিন ৷ নাম আৰু যশ অৰ্জন কৰিব ৷ ব্যৱসায়ীসকলৰ সৈতে অংশীদাৰসকলৰ ইতিবাচক মনোভাৱ অটুট থাকিব ৷ নতুন পোছাক ক্ৰয় কৰিব পাৰে ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ বন্ধুসকলৰ সৈতে ভ্ৰমণলৈ যাব পাৰে ৷

তুলা ৰাশি: শাৰীৰিকভাৱে সুস্থ হৈ থাকিব ৷ কৰ্মক্ষেত্ৰত লাভবান হ’ব ৷ দিনটো আনন্দেৰে পৰিয়ালৰ সৈতে কটাব ৷ নিজৰ মুখত লেকাম টানি ৰাখক ৷ ব্যয় বৃদ্ধি ৷ সকলো কামতে সফল হ’ব, নাম আৰু যশ বৃদ্ধি হ’ব ৷

বৃশ্চিক ৰাশি: কাৰো লগত কাজিয়াত লিপ্ত নহ’ব ৷ সন্তানক লৈ দুশ্চিন্তাই আমনি দিব ৷ পঢ়ুৱৈসকলে সফলতা লাভ কৰিব ৷ পঢ়াশুনাৰ প্ৰতি উদ্যম বৃদ্ধি পাব ৷ ভ্ৰমণ এৰাই চলক ৷ ভৱিষ্যতৰ বাবে বিনিয়োগ কৰিবলৈ সময়টো ভাল ৷ কঠোৰ পৰিশ্ৰমৰ সুফল পাব ৷

ধনু ৰাশি:মানসিক অস্থিৰতাৰ কাৰণে মনটো অশান্ত হৈ থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া হ’ব পাৰে ৷ সম্পত্তি সম্বন্ধীয় বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক থাকক ৷ আৰ্থিক ক্ষতি হ’ব পাৰে ৷ বদনাম হ’ব পৰা পৰিস্থিতি এৰাই চলক ৷ মাতৃৰ স্বাস্থ্যই দুশ্চিন্তাত পেলাব ৷ বুকুত বিষ অনুভৱ কৰিব পাৰে ৷

মকৰ ৰাশি: দিনটো বন্ধু আৰু পৰিয়ালৰ সৈতে আনন্দৰে কটাব পাৰে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ বৃত্তিধাৰী আৰু পঢ়ুৱৈসকলৰ কাৰণে দিনটো সুবিধাজনক ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক লৈ হতাশ হ’ব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ নতুন কাম হাতত ল’ব পাৰে ৷

কুম্ভ ৰাশি:বিভিন্ন বিষয়ত ভালকৈ কোনো সিদ্ধান্ত ল‌’ব নোৱাৰিব ৷ অনাৱশ্যক ব্যয় এৰাই চলক ৷ নিজৰ মুখত লেকাম টানি ৰাখিব নোৱাৰিলে পৰিয়ালৰ লোকৰ সৈতে কাজিয়া লাগিব পাৰে ৷ পঢ়ুৱৈসকলে পঢ়াশুনাত মনোযোগী হ’ব লাগিব ৷ সফল হ’বলৈ হ’লে সময় লাগিব ৷ ধৈৰ্য ধৰক ৷

মীন ৰাশি:দিনটো মানসিকভাৱে প্ৰফুল্ল হ’ব ৷ শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব ৷ নতুন কাম হাত ল’ব পাৰে ৷ সাংসাৰিক জীৱন সুখৰ হ’ব ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে ভ্ৰমণলৈ যাব পাৰে ৷ আৰ্থিক লাভ বৃদ্ধি ৷ তীৰ্থযাত্ৰাৰ নামত ব্যয় হ’ব ৷

10/08/2024

বন সুৰক্ষা বাহিনী গঠন কৰা হল।।।।

আৰু দি থাকিবলে বাবে ধন্যবাদ বাদ বুলি লিখি দিয়ক তেতিয়া গম পাম কোনে কোনে চাই ভাল পাই ।। অসম দৈনিক ৰাশিৰ ফল প্রকাশ
06/08/2024

আৰু দি থাকিবলে বাবে ধন্যবাদ বাদ বুলি লিখি দিয়ক তেতিয়া গম পাম কোনে কোনে চাই ভাল পাই ।। অসম দৈনিক ৰাশিৰ ফল প্রকাশ

Good morning friends  #আজিৰ_দিনটোৰ_ৰাশিফল                  #ৰাশিফল
05/08/2024

Good morning friends #আজিৰ_দিনটোৰ_ৰাশিফল #ৰাশিফল

Address

শুৱালকুছি
Gawler, SA

Website

Alerts

Be the first to know and let us send you an email when G T M Vlogs Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share