Clicky

Harmoti Live.

  • Home
  • Harmoti Live.

Harmoti Live. Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Harmoti Live., News & Media Website, .

Operating as usual

06/05/2022

হাৰমতীৰ বিহু মঞ্চ জীপাল কৰি তুলিলে আচুৰ্য্য বৰপাত্ৰৰ গীতেৰে।

15/04/2022

হাৰমতীত ৰঙালী বিহু আদৰণি উৎসৱ উদযাপন
Bihu Welcome Festival 2022

আপোনাৰ দিনটো শুভ হওক।
16/02/2022

আপোনাৰ দিনটো শুভ হওক।

14/02/2022

আপোনাৰ দিনটো শুভ হওক!
06/02/2022

আপোনাৰ দিনটো শুভ হওক!

 | 🔴  আছু নেতা অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে কলা লৰাৰ মৃত্যু🔴 নিশা পুলিচৰ গাড়ীৰ পৰা জাপ মাৰি...
01/12/2021

| 🔴 আছু নেতা অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে কলা লৰাৰ মৃত্যু

🔴 নিশা পুলিচৰ গাড়ীৰ পৰা জাপ মাৰি পলায়ন কৰাৰ চেষ্টা কলা লৰাৰ

🔴 পলায়নৰ চেষ্টা কৰোঁতেই পুলিচৰ আন এখন গাড়ীয়ে খুন্দিয়াই কলা লৰা ওৰফে নীৰজ দাসক

#অনিমেষ_ভূঞা

“সদৌ অসম ছাত্ৰ সন্থা”ৰ গোলাঘাট জিলাৰ অন্তৰ্গত ব্ৰক্ষ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক  #অনিমেষ_ভূঞা ৰ মৃত্যুত ...
30/11/2021

“সদৌ অসম ছাত্ৰ সন্থা”ৰ গোলাঘাট জিলাৰ অন্তৰ্গত ব্ৰক্ষ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক #অনিমেষ_ভূঞা ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো আৰু এই ঘটনাক ধিক্কাৰ দিছো । সমগ্ৰ ঘটনাৰ লগত জড়িত আটাইবোৰ অপৰাধীকে যোৰহাট আৰক্ষীয়ে অতি সোনকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনালো।
✊জয় আই অসম ✊

#অনিমেষ_ভূঞা

03/09/2021

আজি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কাৰ্য বন্ধৰ দাবীত লক্ষীমপুৰৰ হাৰমতী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰধানমন্ত্ৰী , মুখ্যমন্ত্ৰী আৰু NHPC প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ কৰে।

https://youtu.be/vtdGMnRTO-U                ধেমাজি মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া আৰু আমাৰ মাজত নাই আজি দুপৰ...
25/08/2021

https://youtu.be/vtdGMnRTO-U

ধেমাজি মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া আৰু আমাৰ মাজত নাই আজি দুপৰীয়া ১.১০ মিনিটত ইহলীলা সম্বৰণ কৰিলে ।
এতিয়া যেন কোনেও কাকো সান্তনা দিবলৈও শব্দৰ অভাৱ,,

* হেজাৰ হেজাৰ জনৰ মানুহৰ প্ৰাথনা নুশুনিলে ভগবানে,
* সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গলগৈ,,

তোমাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ 🙏

দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে প্ৰশাসনক দাবী জনালোঁ ,,


ঔঁম শান্তি

13/08/2021

মূল্যবৃদ্ধি,সীমা সমস্যাক লৈ লখিমপুৰৰ হাৰমতী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ।
https://youtu.be/vtdGMnRTO-U

https://youtu.be/DmM2Z7uj
28/04/2021
ক'ৰনা (corona)

https://youtu.be/DmM2Z7uj

হাৰমতী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মহামাৰী ক'ৰনাৰ প্ৰতিৰোধ বাবে হাৰমতী বজাৰত মাস্ক বিতৰণ কৰা হয় , জয় আই অসম#Aasu#fightag...

সকলোৰে সহায় সহযোগীতা কামনা কৰিলো।
02/04/2021

সকলোৰে সহায় সহযোগীতা কামনা কৰিলো।

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ ডাঙৰীয়াৰ মাতৃ দুলু গগৈ উচ্চ ৰক্তচাপ হৈ সংকট জনক অৱস্থাত ডিব...
01/04/2021

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ ডাঙৰীয়াৰ মাতৃ দুলু গগৈ উচ্চ ৰক্তচাপ হৈ সংকট জনক অৱস্থাত ডিব্ৰুগড় সঞ্জীৱনী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । আজি ১০:৪৫ বজাত দুলু গগৈয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ৷

৷৷ ওঁম শান্তি ৷৷

24/03/2021

এইয়াই হৈছে BJP চৰকাৰৰ উন্নতি।

23/03/2021

Address


Alerts

Be the first to know and let us send you an email when Harmoti Live. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Harmoti Live.:

Comments

দালাল ৰূপত শিক্ষক