Axom News 7×24

Axom News 7×24 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Axom News 7×24, Media/News Company, মৰিগাঁও, অসম, মৰিগাঁও.

29/04/2025

✅ জুবিন প্ৰেমৰ অনন্য নিদৰ্শন। মঙ্গলদৈৰ এক সংগীতানুষ্ঠানৰ দৃশ্য এয়া। জুবিন অনুৰাগী.... সচাকৈয়ে বহু ভাল লগা দৃশ্য।

27/04/2025

নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ বাহনত দু*ৰ্বৃ*ত্তৰ আ*ক্ৰ*মণ।
ধিঙৰ ডুমডুমীয়াত সংঘটিত হয় এক ঘটনা।

26/04/2025

ভূৰাগাঁৱৰ কংগ্ৰেছ কৰ্মী এমদাদুল ইছলামক কংগ্ৰেছ দলৰ পৰা ৬ বছৰৰ বাবে নিলম্বন।দল বিৰুধী কাৰ্য-কলাপৰ লগত জড়িত থকাৰ বাবে নিলম্বন কৰে মৰিগাঁও জিলা কংগ্ৰেছে।

26/04/2025

ভূৰাগাঁও জিলা পৰিষদৰ টেঙাগুৰি গাঁও পঞ্চায়তত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

22/01/2024

ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছৰ সমৰ্থক সকলক নগাঁও আৰক্ষী প্ৰশাসনৰ বাধা। বটদ্ৰৱা থানলৈ আহি থকা ন্যায় যাত্ৰাক বাধা আৰক্ষীৰ।

18/01/2024

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ৪৮ সংখ্যক স্থানত উজ্বলিল ধিঙৰ বন্দিতা কাশ্যপ

Address

মৰিগাঁও, অসম
মৰিগাঁও

Telephone

+917002332593

Website

Alerts

Be the first to know and let us send you an email when Axom News 7×24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share