বিশ্লেষণ

বিশ্লেষণ Facebook News Portel

01/05/2024

বিহুমঞ্চত অপমানিত কণ্ঠশিল্পী মৌচম গগৈ

26/04/2024

খেল হোৱাৰ দিনাই টিকট কাটি আল্ট্ৰা বাছ লাভ কৰিলে কাকৈজানাৰ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া অমূল্য বৰ্মনে ৷ বঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ লটাৰীত পালে আল্ট্ৰা বাছ

06/04/2024

উত্তৰ বঙাইগাঁৱৰ কলেজ ৰোডত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ ৷ সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে ৯.১৮ গ্ৰাম ড্ৰাগছ, এখন স্কুটি, এটা মোবাইল ফোন, নগদ ৪২৫০ টকা ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে।

05/04/2024

তুলুঙীয়াত আজি মুকলি কৰা হয় Global English Medium School. চলিত বৰ্ষৰ পৰা এই বিদ্যালয়খনে পাঠ্যক্ৰম আৰম্ভ কৰিব ৷ তুলুঙীয়া অঞ্চলত স্থাপন কৰা এইখন প্ৰথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয়

04/04/2024

বঙাইগাঁও ৰাজীৱ ভৱনত উপস্থিত বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দ্বীপ বায়ন

Bongaigaonr Khobor

বঙাইগাঁওত ফ্লায়িং স্কোৱাডৰ অভিযান ৷ জব্দ ৪ লাখ, ৩১ হাজাৰ ২০০ টকা । WB 02 AA 3215 নম্বৰ এখন বাহনৰ পৰা জব্দ এই ধনখিনি ৷ নি...
04/04/2024

বঙাইগাঁওত ফ্লায়িং স্কোৱাডৰ অভিযান ৷ জব্দ ৪ লাখ, ৩১ হাজাৰ ২০০ টকা । WB 02 AA 3215 নম্বৰ এখন বাহনৰ পৰা জব্দ এই ধনখিনি ৷ নিৰ্বাচনৰ সময়ত ৫০ হাজাৰতকৈ অধিক টকা নকঢ়িৱাবলৈ অনুৰোধ জিলা প্ৰশাসনৰ

28/01/2024

গৰুচোৰৰ বিলৈ...
চোৰৰ নতুন হেয়াৰ ষ্টাইল বনালে ৰাইজে
শিঙিমাৰীত এই ঘটনা ৷ দুই চোৰৰ নাম নুৰ ইছলাম আৰু ছাদ্দাম হুছেইন

03/11/2023

কেৰখাবাৰীৰ পৰা গিতালী দেৱী LIVE

পুনৰ আগৰ সময়তে বিদ্যালয়ৰ সূচীগৰমৰ মাত্ৰা কমাৰ বাবে বঙাইগাঁওত সোমবাৰৰ পৰা আগৰ সূচীমতে হ’ব বিদ্যালয়ৰ পাঠদানপুৱা ৯ বজাৰ পৰা...
17/06/2023

পুনৰ আগৰ সময়তে বিদ্যালয়ৰ সূচী

গৰমৰ মাত্ৰা কমাৰ বাবে বঙাইগাঁওত সোমবাৰৰ পৰা আগৰ সূচীমতে হ’ব বিদ্যালয়ৰ পাঠদান

পুৱা ৯ বজাৰ পৰা হ’ব পাঠদান

উল্লেখ্য প্ৰচণ্ড গৰমৰ বাবে পুৱা ৭ বজাৰ পৰা দিয়া হৈছিল বিদ্যালয়সমূহৰ পাঠদান

Address

Abhayapuri
783384

Alerts

Be the first to know and let us send you an email when বিশ্লেষণ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share