Chinmoyee Vlog

Chinmoyee Vlog Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Chinmoyee Vlog, Digital creator, Amguri.

নমস্কাৰ,মোৰ পেজলৈ স্বাগতম জনাইছোঁ।মই এগৰাকী গাঁৱলীয়া বোৱাৰী।।মই মোৰ দৈনন্দিন জীৱনত কৰা কামবোৰে এই পেজত আপলোড কৰো।ভিডিঅবোৰ চাই ভাল পালে লাইক আৰু ফলো কৰিব দেই সকলোৱে।plz like,commet and follow my page..

Good night everyone q
24/08/2026

Good night everyone q

আপোনালোকে চিয়া চিদ চিনি পাইনে   .চিয়া বীজ (Chia Seeds) হৈছে এক পুষ্টিকৰ ছুপাৰফুড। ইয়াত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচি...
21/08/2026

আপোনালোকে চিয়া চিদ চিনি পাইনে .

চিয়া বীজ (Chia Seeds) হৈছে এক পুষ্টিকৰ ছুপাৰফুড। ইয়াত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড, আঁহ (Fiber), প্ৰটিন, কেলচিয়াম আৰু এন্টিঅক্সিডেন্ট থাকে। ই ওজন নিয়ন্ত্ৰণ, হজম শক্তি বৃদ্ধি আৰু হৃদযন্ত্ৰ সুৰক্ষিত ৰখাত বিশেষভাৱে উপকাৰী।

স্বাস্থ্য উপকাৰিতা --হজম শক্তি: প্ৰচুৰ ফাইবাৰ থকাত কোষ্ঠকাঠিন্য দূৰ কৰে।ওজন হ্ৰাস: তিয়াই থোৱা বীজ খালে পেট ভৰা থাকে, যাৰ ফলত ক্ষুধা কম লাগে।হৃদযন্ত্ৰ: ওমেগা-৩ এচিডে প্ৰদাহ কমাই হৃদযন্ত্ৰ সুস্থ ৰাখে।শক্তি: শৰীৰৰ ক্লান্তি দূৰ কৰি শক্তি যোগায়।

খোৱাৰ নিয়ম শুকান চিয়া বীজ পানী, গাখীৰ বা দৈতে ১০-১৫ মিনিট তিয়াই জেল বনাই খাব লাগে।প্ৰতিদিনে ১-২ চামুচৰ বেশি খোৱা অনুচিত।

Good morning everyone
20/08/2026

Good morning everyone

19/08/2026

I got over 500 reactions on one of my posts last week! Thanks everyone for your support! 🎉

Good night everyone.ৰাতিসাজত আজি পনীৰ বনাইছো।
18/08/2026

Good night everyone.ৰাতিসাজত আজি পনীৰ বনাইছো।

মানুহে মানুহৰ বাবে।এইবাৰ মিষ্টাৰ বিটুয়ে পকী ঘৰ সাজি দিব বানপীড়িত সকলৰ বাবে।এইয়াই তেওঁ মহানুভৱতা।
18/08/2026

মানুহে মানুহৰ বাবে।এইবাৰ মিষ্টাৰ বিটুয়ে পকী ঘৰ সাজি দিব বানপীড়িত সকলৰ বাবে।এইয়াই তেওঁ মহানুভৱতা।

মই বনোৱা কেক
17/08/2026

মই বনোৱা কেক

স্বাধীনতাৰ দিৱসৰ শুভেচ্ছা জনালোঁ সকলো লৈকে।Happy independence day to al my Facebook friends.
15/08/2026

স্বাধীনতাৰ দিৱসৰ শুভেচ্ছা জনালোঁ সকলো লৈকে।
Happy independence day to al my Facebook friends.

Happy independence day
15/08/2026

Happy independence day

Address

Amguri

Website

Alerts

Be the first to know and let us send you an email when Chinmoyee Vlog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share