Prag Barta

Prag Barta Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Prag Barta, Media/News Company, Kalgachia, Barpeta, .

10/06/2026

TMCৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ দল ত্যাগ।

07/06/2026

কলগাছিয়াত নিশা ১১.০৭ বজাত ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণি।

03/06/2026

বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ পুৱা ৬:২০ বজাত শেষ নিঃশ্বাস ত্যাগ। মৃত্যুৰ সময়ত বয়স আছিল ৯৬ বছৰ।

👉CBSC উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ৯২% শতাংশ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ এগৰাকী ছাত্ৰী।👉কলগাছিয়াৰ বৰতাৰী গাঁৱলৈ গ...
14/05/2026

👉CBSC উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ৯২% শতাংশ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ এগৰাকী ছাত্ৰী।
👉কলগাছিয়াৰ বৰতাৰী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে বি.কে হাইস্কুলৰ সহকাৰী হবিবুৰ ৰহমানৰ জীয়ৰী ৰুকছানা ৰহমানে।

👉 বি. কে হাইস্কুল বৰতাৰীত অধ্যয়ন কৰা ছাত্ৰী গৰাকীয়ে শ্ৰীৰাম একাডেমী, পাঠশালাত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

👉 ৰুকছানা ৰহমানৰ সফলতাত উৎফুল্লিত শিক্ষক - শিক্ষয়িত্ৰী, পিতৃ- মাতৃ, গাওঁবাসী।

👉 কৃষি বিভাগত চাকৰি কৰাৰ সপোন ৰুকছানা ৰহমানৰ।

২য় বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল'লে হিমন্ত বিশ্ব শৰ্মাই।
12/05/2026

২য় বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল'লে হিমন্ত বিশ্ব শৰ্মাই।

10/05/2026

মুখ্যমন্ত্ৰী ৰূপে সাজু হিমন্ত বিশ্ব শৰ্মা।
১২ মে'ত শপত গ্ৰহণ অনুষ্ঠান।

আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী ৰূপে শপত বিজয় থালাপতি।
10/05/2026

আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী ৰূপে শপত বিজয় থালাপতি।

পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। বংগ বিজেপিৰ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে নেতা নিৰ্বাচন। কাইলৈ দি...
08/05/2026

পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। বংগ বিজেপিৰ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে নেতা নিৰ্বাচন। কাইলৈ দিনৰ ১১ বজাত নতুন চৰকাৰৰ শপতগ্ৰহণ।

#

08/05/2026
বিকল্প ৰাজ্যিক ঘাইপথৰ দৃশ্য।
13/09/2025

বিকল্প ৰাজ্যিক ঘাইপথৰ দৃশ্য।

Address

Kalgachia, Barpeta

781321

Website

Alerts

Be the first to know and let us send you an email when Prag Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Prag Barta:

  • Want your business to be the top-listed Media Company?

Share