D TIME

D TIME Official page of DAILY TIME. keep watching & stay ahead.

09/07/2025

📌 অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ উদ্যোগত নাৰায়ণপুৰৰ আঠানীবাৰীত থলুৱা বেত গুটি ধান সংৰক্ষণৰ কঠীয়া ৰোপন কাৰ্যসূচী
📌শ্ৰদ্ধাঞ্জলিৰ সহযোগত অসমৰ বিভিন্ন জিলাৰ কৃষি সখীৰ অংশগ্ৰহণ।

08/03/2025

📌অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান শ্ৰদ্ধাঞ্জলি মণ্ডল পৰ্যায় সংগঠনৰ উদ্যোগত শিমলুগুৰিত আন্তজাৰ্তিক নাৰী দিৱস উদ্‌যাপন।

21/10/2024

লখিমপুৰৰ শিমলুগুৰিত ককায়েক-বৌয়েকক দাৰে ঘপিয়ালে ভাতৃয়ে
কথমপি প্ৰাণৰক্ষা, চিকিৎসাধীন পতি-পত্নী।

16/10/2024

📌এক শৰণ ভাগৱতী নাম ধৰ্মৰ ভকতবৃন্দৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে শিমলুগুৰিত ৫৭৬ সংখ্যক শঙ্কৰোৎসৱ উদ্‌যাপন।

13/10/2024

🔴লখিমপুৰৰ শিমলুগুৰিত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনা ।
🔴 এগৰাকী ১৪ বছৰীয়া কিশোৰীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত বহুপথাৰৰ দেৱব্ৰত বৰবৰুৱা(২৩) নামৰ এজন যুৱকৰ বিৰুদ্ধে৷ বৰ্তমান পলাতক দেৱব্ৰত বৰবৰুৱা ।
🔴 অভিযোগ অনুসৰি আৰক্ষীয়ে POCSO আইনৰ অধীনত এটি গোচৰ পঞ্জীয়ন কৰিছে যদিও এতিয়ালৈকে ধৰ্ষণত অভিযুক্ত বৰবৰুৱাক গ্ৰেপ্তাৰ কৰিব পৰা নাই

12/10/2024

ইমান সুন্দৰকৈ চুমা গীত দুটা সংমিশ্ৰন কৰি গাইছে জ্যোতি পলে, এবাৰ শুনকছোন...

12/10/2024

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ নাৰায়ণপুৰ আঞ্চলিক শাখাৰ ৩০ সংখ্যক শিশু আইমাতৃ, ৩১ সংখ্যক যুৱ সমাৰোহ আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৭৬ সংখ্যক
আৱিৰ্ভাৱ মহোৎসৱ ভাগৱত ভ্ৰমণৰ কিছু দৃশ্যাংশ

12/09/2024

নাৰায়ণপুৰৰ শিমলুগুৰিত তীজ সমাৰোহ উদযাপন ৷ ৰাজগড়-শিমলুগুৰি গোৰ্খা নাৰী সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত শিমলুগুৰিৰ বিষ্ণু মন্দিৰত অনুষ্ঠিত হোৱা চতুৰ্থ বাৰ্ষিক তীজ সমাৰোহত একাংশ মহিলাই পৰিৱেশন কৰা তীজ নৃত্য ৷

25/08/2024

ৰাজ্যত ইটোৰ পিছত আনটো জঘন্য ঘটনা।এইবাৰ ঘটনাৰ স্থান গোৱালপাৰা। দুই বৃদ্ধই দুগৰাকী কন্যাৰ সৈতে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড।

Address

North Lakhimpur
Assam

Alerts

Be the first to know and let us send you an email when D TIME posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share