A For ASSAM

A For ASSAM Official Facebook Handle Of A FOR ASSAM. To Stay Updated, Please Follow Our page. Joi Aai A.

বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাই কেৱল এখন ৰাজ্যই প্ৰতিষ্ঠা কৰা নাছিল, তেওঁ বিৰল ৰাজনৈতিক দূৰদৰ্শিতাৰে ব...
31/01/2026

বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাই কেৱল এখন ৰাজ্যই প্ৰতিষ্ঠা কৰা নাছিল, তেওঁ বিৰল ৰাজনৈতিক দূৰদৰ্শিতাৰে বিভিন্ন জাতি-জনগোষ্ঠীক একতাৰ দোলেৰে সমন্বয়ৰ ভেটি গঢ়িছিল। তেওঁৰ সেই অপৰিসীম ত্যাগ আৰু সমন্বয়ৰ আদৰ্শই আজিও আমাক এক শক্তিশালী আৰু সমৃদ্ধ অসম গঢ়াৰ প্ৰেৰণা যোগায়।

পূৰ্বপুৰুষসকলক স্মৰণ কৰি দেশ আৰু দহৰ মংগলৰ বাবে আশীৰ্বাদ কামনাৰ 'মে-ডাম-মে-ফী'ৰ এই বিশেষ দিনটোতে আজি গুৱাহাটীৰ নটবমাত বৰ অসমৰ খনিকৰ স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ এক বিশাল আৰু নৱনিৰ্মিত প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ সৌভাগ্য লভি কৃতাৰ্থ হওঁ।

Swargadeo Chaolung Siu-Ka-Pha established one of the greatest kingdoms of Bharatvarsha, a realm guided by consensus and rooted in the protection of heritage and identity.

Today, on the sacred occasion of Me-Dam-Me-Phi, we dedicated his Bhavya Murti in the heart of Guwahati.

Coke Studio Bharat live concert and FIFA World Cup Trophy Tour event scheduled today, January 13, 2026, at the ACA Stadi...
13/01/2026

Coke Studio Bharat live concert and FIFA World Cup Trophy Tour event scheduled today, January 13, 2026, at the ACA Stadium, Barsapara, Guwahati. Entry to the event is free for the public.
Event Details
The event combines football celebrations, food experiences, and live music performances.
Venue: ACA Stadium, Barsapara, Guwahati
Date: Tuesday, January 13, 2026
Gates Open: 2 PM onwards
Public Trophy Viewing: From 3 PM onwards
Official Inauguration: 8:30 PM by Chief Minister Himanta Biswa Sarma
Artists Performing Live: Shankuraj Konwar, Rito Riba, Anuv Jain, and Anoushka Maskey .








  : ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি, ৪:১৭ মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি; প্ৰাৰম্ভিক তথ্য অনুসৰি ভূমিকম্পৰ তীব্ৰতা ৫...
04/01/2026

: ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি, ৪:১৭ মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি; প্ৰাৰম্ভিক তথ্য অনুসৰি ভূমিকম্পৰ তীব্ৰতা ৫.৬ আৰু অভিকেন্দ্ৰ মৰিগাঁও

Earthquake jolts Guwahati and other parts of Assam, tremors experienced at 4:18 am. Initial reports suggests magnitude of earthquake was 5.6 and was epicentered near Morigaon.

31/12/2025

Happy New Year 2026, dear friends! May this year bring endless joy, adventures, and unbreakable bonds. Cheers to us!

31/12/2025
31/12/2025
A sacred vision unveiled. Hon'ble Union Home Minister Shri inaugurates Batadrava Than, a space rooted in Assam's spiritu...
29/12/2025

A sacred vision unveiled.

Hon'ble Union Home Minister Shri
inaugurates Batadrava Than, a space rooted in Assam's spiritual heritage.


ঢেকিয়াজুলি অঞ্চলত ৪.৪ মাত্রাৰ ভূমিকম্প অনুভৱ.আজিৰ সন্ধিয়া প্ৰায় ৫টা ৪২ মিনিটত সোনিতপুৰ জিলাৰ ঢেকিয়াজুলি সংলগ্ন অঞ্চলত ৪....
27/12/2025

ঢেকিয়াজুলি অঞ্চলত ৪.৪ মাত্রাৰ ভূমিকম্প অনুভৱ.
আজিৰ সন্ধিয়া প্ৰায় ৫টা ৪২ মিনিটত সোনিতপুৰ জিলাৰ ঢেকিয়াজুলি সংলগ্ন অঞ্চলত ৪.৪ মাত্রাৰ এটা ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। প্ৰাথমিক খবৰ অনুসাৰে, এতিয়ালৈকে কোনো ডাঙৰ ক্ষতিৰ তথ্য অহা নাই।

#ঢেকিয়াজুলি #সোনিতপুৰ #ভূমিকম্প

Address

Guwahati
Assam
781034

Website

Alerts

Be the first to know and let us send you an email when A For ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share