16/08/2025
ই একধৰণৰ সমস্যা য’ত শিশুৰ Spinal Cord (পিঠিৰ স্নায়ু নলী) আৰু হাড় সঠিকভাৱে গঢ় নপায়।
👉 এই ৰোগ প্ৰায় গৰ্ভাৱস্থাৰ আগতে আৰু প্ৰথম ৩ মাহত মা’য়ে যথেষ্ট Folic Acid নখালে দেখা যায়।
✅ কি কৰিব লাগিব —
1️⃣ গৰ্ভধাৰণৰ আগতে আৰু প্ৰথম ৩ মাহত Folic Acid টেবলেট খোৱাটো অতি প্ৰয়োজনীয়।
4️⃣ নিয়মিত ডাক্তৰৰ চেক-আপ আৰু আল্ট্ৰাছাউণ্ড কৰিব।
5️⃣ প্ৰয়োজনীয় ভেকচিন আৰু ভিটামিন টেবলেট সময়মতে খাওক।
゚