বগৰীবাৰীৰ কণ্ঠ

বগৰীবাৰীৰ কণ্ঠ নিৰ্ভৰযোগ্য সংবাদ আপোনাৰ কাষত ।

আগন্তুক বিধানসভা নিৰ্বাচনত 5 নং পৰ্বতঝোৰা বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ  প্ৰাৰ্থীত্ব প্ৰত্যাশী  #নূৰজামাল_...
01/10/2025

আগন্তুক বিধানসভা নিৰ্বাচনত 5 নং পৰ্বতঝোৰা বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী #নূৰজামাল_সেখৰ তৰফৰ পৰা সমুহ 5 নং পৰ্বতঝোৰা সমষ্টিবাসী ৰাইজলৈ শাৰদীয় দূৰ্গা পূজাৰ আন্তৰিক প্ৰীতী ও শুভেচ্ছা যাঁছিলো। ।
Mostafizur Rahman বগৰীবাৰীৰ কণ্ঠ Mostafizur Rahman Azim Uddin Sheikh Zuwel Malik বগৰীবাৰীৰ কণ্ঠ Sofiqul Islam

26/09/2025

BTC ELECTION RESULT

বিপিএফ :- ২৪ ইউপিপিএল :- ১০ বিজেপি :- ৬

বগৰীবাৰীত অচিনাকী মৃতদেহ উদ্ধাৰলৈ চাঞ্চল্যকৰ সৃষ্টি হৈছে।কোনোবাই দুৰ্বৃত্তই হত্যা কৰি ৰাস্তাৰ কাষৰ ধাননি পথাৰত পেলাই থৈ ...
15/09/2025

বগৰীবাৰীত অচিনাকী মৃতদেহ উদ্ধাৰলৈ চাঞ্চল্যকৰ সৃষ্টি হৈছে।
কোনোবাই দুৰ্বৃত্তই হত্যা কৰি ৰাস্তাৰ কাষৰ ধাননি পথাৰত পেলাই থৈ যোৱাৰ সন্দেহ স্হানীয় ৰাইজৰ।

15/09/2025

বগৰীবাৰীত অচিনাকী মৃতদেহ উদ্ধাৰলৈ চাঞ্চল্যকৰ সৃষ্টি হৈছে।
কোনোবাই দুৰ্বৃত্তই হত্যা কৰি ৰাস্তাৰ কাষৰ ধাননি পথাৰত পেলাই থৈ যোৱাৰ সন্দেহ স্হানীয় ৰাইজৰ।

Total 27 Nos of stolen Motor Cycle Recovered by Bogribari police undar kokrajhar District. Good job Bagribari Police  As...
01/09/2025

Total 27 Nos of stolen Motor Cycle Recovered by Bogribari police undar kokrajhar District.
Good job Bagribari Police
Assam Police Commissionerate Guwahati

 অল্টাৰ নেটিভ পাৰ্টী অৱ বড়োলেণ্ড ৰ প্ৰাৰ্থী ঘোষণা।১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰে জগদীশ বসুম...
29/08/2025


অল্টাৰ নেটিভ পাৰ্টী অৱ বড়োলেণ্ড ৰ প্ৰাৰ্থী ঘোষণা।
১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰে জগদীশ বসুমতাৰীক।

পৰ্বতঝোৰাৰ বগৰীবাৰী আৰক্ষীৰ বৃহৎ সাফল্য।সাতটা কৈ বাইক সহ ৯ জন কৈ চুৰি কাণ্ডৰ লগত জড়িত ব্যক্তিক আটক।বৃহৎ বাইক চুৰি চক্ৰৰ...
25/08/2025

পৰ্বতঝোৰাৰ বগৰীবাৰী আৰক্ষীৰ বৃহৎ সাফল্য।

সাতটা কৈ বাইক সহ ৯ জন কৈ চুৰি কাণ্ডৰ লগত জড়িত ব্যক্তিক আটক।

বৃহৎ বাইক চুৰি চক্ৰৰ সন্ধান উলিয়াবলৈ বগৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কাৰ্তিক বসাকৰৰ মাৰাথন অভিযান।

সাম্প্ৰতিক ৰাজ্য খনত এটা বৃহৎ বাইক চুৰি চক্ৰৰ কবলত পৰি ৰাজ্য খনৰ হাজাৰ হাজাৰ বাইক সঘনে চুৰি চক্ৰৰ কবলত পৰি থকাৰ সময়তে বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কাৰ্তিক বসাকৰ নেতৃত্বত বিগত কেবা মাহ ধৰি মাৰাথন অভিযান চলাই সাতটা কৈ বাইক সহ বাইক চুৰিৰ লগত জড়িত এজন দুজন নহয় ৯ জন কৈ স্মাৰ্ট বাইক চোৰৰ সন্দেহত আটক কৰে।

বৰ্তমান আটক কৰা ব্যক্তি ৯ জন ক্ৰমে দক্ষিণ শালমাৰা জিলাৰ ফকিৰগজ্ঞ আৰক্ষী থানাৰ অন্তৰ্গত ১। বয়জেৰ আলগা সপ্তম খণ্ড গাঁৱৰ জয়নাল আবেদিনৰ পুত্ৰ হাফিজ হেবজুৰ ৰহমান।
২.ধুবুৰী জিলাৰ নয়াহাট আৰক্ষী থানাৰ ভোলাৰভিটা গাঁৱৰ আব্দুল কালামৰ পুত্ৰ ছাইফুল ইছলাম (২৬).
৩.বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰাজা পাৰা প্ৰথম খণ্ড গাঁৱৰ চান বক্স সেখৰ পুত্ৰ ৰফিকুল ইছলাম(৩৩).
৪.ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চৌতাৰা গাঁৱৰ নছেৰ আলীৰ পুত্ৰ স্বৰূপ ইছলাম (২৪).
৫). ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আইৰ কাটি ফচতপুৰ গাঁৱৰ মোজাম্মেল হকৰ পুত্ৰ আব্দুল আজিজ মণ্ডল(৩৩).
৬). ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ সপ্তম খণ্ড গাঁৱৰ কবাত আলীৰ পুত্ৰ মহিবুল হক(২৩).
৭). ধুবুৰীৰ জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ অষ্টম খণ্ড আবুল হোছেইন(৫৫).
৮). ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ সপ্তম খণ্ড গাঁৱৰ জহিৰুল ইছলাম (২৮).
৯). ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰী আমদ আলীৰ পুত্ৰ ইব্ৰাহিম আলী (২৫)

মূখ্যমন্ত্ৰীৰ বৃহত ঘোষণা ।।
13/08/2025

মূখ্যমন্ত্ৰীৰ বৃহত ঘোষণা ।।

03/07/2025

পৰ্বতঝোৰাৰ বগৰিবাৰী১৭নং ৰাষ্ট্ৰীয় ঘাইপথ ভয়ংকৰ পথ দুৰ্ঘটনা।

11/06/2025

বিলাসীপাৰা চক বজাৰত উতপ্ত পৰিস্থিতি, ঘটনা স্থলীত আৰক্ষী উপস্থিত।

08/06/2025

# #ঈদৰ দ্বিতীয় দিনাই অৰ্থাৎ এই মূহুৰ্তত পৰ্বতঝোৰাৰ বগৰি বাৰী ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ ভয়ংকৰ পথ দুৰ্ঘটনা।

Address

Bagribari
Bagribari
783349

Telephone

+918721806436

Website

Alerts

Be the first to know and let us send you an email when বগৰীবাৰীৰ কণ্ঠ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share