Barpani Barta

  • Home
  • Barpani Barta

Barpani Barta বৰপানী বাৰ্তা - কেৱল ইতিবাচক খবৰৰ বাবে।

প্ৰখ্যাত সংগীতজ্ঞ এ আৰ ৰহমান ৰ প্ৰয়াত হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
20/09/2025

প্ৰখ্যাত সংগীতজ্ঞ এ আৰ ৰহমান ৰ প্ৰয়াত হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

19/09/2025

জুবিন গাৰ্গৰ মৃত্যুৰ আগমূহুৰ্তৰ ভিডিঅ বুলি সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকা ভিডিঅটি

19/09/2025

হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মহাপ্ৰয়াণত শোকস্তব্ধ ৰাজ্যবাসী। বৈঠালাংছʼৰ এডেনবাৰী তিনি আলিত জুবিন গাৰ্গৰ গুণমুগ্ধ ই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে লগতে জুবিন গাৰ্গৰ শ্ৰেষ্ঠতম গীত - মায়াবিনী ৰাতিৰ বুকুত - গাই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

19/09/2025

বৈঠালাংছৰ এক অগ্ৰণীয় সামাজিক-সাংস্কৃতিক অনুষ্ঠান বৃহত্তৰ বৈঠালাংছ যুৱ সমাজে প্ৰয়াত শিল্পী জুবিন গাৰ্গদেৱৰ আদ্যশ্ৰাদ্ধটি পালন কৰিবলৈ মনস্থ কৰিছে। এইক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কাৰ্যকৰ্তাসকলে কামনা কৰিছে।

19/09/2025

বৈঠালাংছ মাইছাম পাঁচআলি ব্যৱসায়ী সন্থা আৰু স্থানীয় যুৱক যুৱতীসকলে সকলোৱে মৰমৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গক সুৱঁৰি বন্তি প্ৰজ্জ্বলন কৰে।

19/09/2025

হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুত আকাশেও চকুলো টুকিছে

19/09/2025
19/09/2025

বৈঠালাংছʼ-কামপুৰ সংযোগী পথৰ বিধ্বস্ত ৰূপৰ কিছু অংশ।

14/09/2025

শুকুৰবাৰৰ ৫.৯ ৰিখটাৰ স্কেলৰ প্ৰৱল ভূমিকম্পত ঢেকিয়াজুলি অঞ্চলত বিস্তৰ ক্ষতি। মাটি ফাটি ওলাল পানী। ভাগি পৰিল ঘৰৰ দেৱাল, ফাঁট মেলিলে বাসগৃহত। বাগৰি পৰিল পানীৰ টেংকি। Footage courtesy - Diganta Sharma

Address


Alerts

Be the first to know and let us send you an email when Barpani Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Barpani Barta:

  • Want your business to be the top-listed Media Company?

Share