NewsUncut

NewsUncut Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NewsUncut, News & Media Website, Jalahghat, Baksa.

17/07/2024

ADRE গ্ৰেড-3 আৰু গ্ৰেড-4 ৰ বাবে Expert Coching Centre জালাহৰ উদ্যোগত অভিজ্ঞ শিক্ষকৰদ্বাৰা আজিৰে পৰা জালাহ লিটিল ফ্লাৱাৰ স্কুলত ৪০ দিনীয়া কোচিং আৰম্ভ হয়। কোচিং চেন্টাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে জালাহ লিটিল ফ্লাৱাৰ স্কুলৰ অধ্যক্ষ মাননীয় দীনেশ চন্দ্ৰ বসু ডাঙৰীয়াই।

20/05/2024

বাক্সা জিলাৰ থমনা নিবাসী লোকসংগীত শিল্পী ভূপেন দাসৰ ঘৰত উপস্থিত News Uncut.

26/04/2024

কা সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী কিৰন ৰিজেজুৰ মন্তব্য।

24/04/2024

নগাওঁত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ নিৰ্বাচনী ৰণডংকা।

24/04/2024

নগাওঁ লোকসভা সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট বিধানসভা সভা সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা।
সভাত সংখ্যালঘু জনতাৰ বিপুল সহাৰি।

24/04/2024

শুকুৰ আলিৰ খং উঠিছে

18/04/2024

উদুলি মুদুলি ৭০ তম্ জালাহ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ বিহুতলী।

08/04/2024

জালাহ আঞ্চলিক ৰঙালী বিহুৰ ৭ দিনীয়া বিহু কৰ্মশালাৰ সফল সামৰণি

24/12/2023

চুবুৰীয়া দেশ ভুটানৰ নাংলাম চহৰত NewsUncutৰ প্ৰতিনিধিৰ দল

11/12/2023

📌জালাহত শ্বহীদ দিৱসত জেষ্ঠ অধিবক্তা নেকিবুৰ জামান।
📌সংগ্ৰামী সতীৰ্থ মঞ্চ টিহু-অবিভক্ত বজালী, জালাহ আঞ্চলিক ছাত্ৰ সন্থা আৰু প্ৰাক্তন ন-পুৰণি ছাত্ৰ নেতাৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন।

26/11/2023

৯০ তম্ পূৱ-খাগ্ৰাবাৰী ৰাস মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰা #পূৱখাগ্ৰাবাৰীৰাসমহোৎসৱ

24/11/2023

জালাহত দখলা, অগ্ৰগামী চিষ্টাৰ মিউজিক বেণ্ডৰ অনুষ্ঠান পৰিবেশন।

Address

Jalahghat
Baksa

Alerts

Be the first to know and let us send you an email when NewsUncut posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NewsUncut:

Share