Rimon bidya new-page

Rimon bidya new-page অভিনয় ভাল পাওঁ।
কিন্ত, অভিনয় নকৰো।।।

24/10/2025
প্ৰাৰ্থনা কৰিব যাতে সোনকালে সুস্থ হৈ উঠক🙏🙏🙏
15/10/2025

প্ৰাৰ্থনা কৰিব যাতে সোনকালে সুস্থ হৈ উঠক🙏🙏🙏

15/10/2025

Follow back to back

15/10/2025

অকল মাইকি জনীৰ দুখ আছিলে নে মতা টোৰ ও দুখ aachile❤️❤️❤️
11/10/2025

অকল মাইকি জনীৰ দুখ আছিলে নে মতা টোৰ ও দুখ aachile❤️❤️❤️

08/10/2025

GOOD NIGHT

এখন পৃথিৱীৰ সপোন দেখো মই। যিখন পৃথিৱীত মা, দেউতা , পোহৰ,মই আৰু সোনো আমি সকলোৱে মিলি যাতে সুখৰ এসাজ খাই জীৱাই থাকিব পাৰো।...
30/09/2025

এখন পৃথিৱীৰ সপোন দেখো মই।

যিখন পৃথিৱীত মা, দেউতা , পোহৰ,মই আৰু সোনো আমি সকলোৱে মিলি যাতে সুখৰ এসাজ খাই জীৱাই থাকিব পাৰো।

🌶️নালাগে মোক আধুনিকতাৰ ৰং ৰহস্য।

🌶️নালাগে মোক আধুনিকতাৰ নতুন কিৰণ।

🌶️লাগে মাথোঁ সৌ অতিতৰ ফৰকাল চোতালৰ সোৱাদ।।।

📌মনে নামানে, ভূল হৈছে ঐ মাত এষাৰ দে। সেইটো মই বহুত ভাল পাও, মানে অন্যায় আৰু শোষণৰ বিৰুদ্ধে।

❤️মাত মাতি ভাল লাগে মনটো শান্তি পাও। যদিও বা কেতিয়াবা বিফল হওঁ।

😎জীয়াই আছো এটা কথাৰ আশাত যিটো কথাই মোক সাহস দিয়ে জীয়াই থাকিবলৈ। যে ৰাতিৰ পাছত আকৌ "পোহৰ" হয়।

আজি কিবা দুখ আছে কাইলৈ আকৌ সুখ আহিব মোৰ মনৰ দৃঢ় বিশ্বাস❤️❤️❤️

💔আতৰি আছো বহু ভাল লগা কামৰ পৰা।

💔আতৰি নিজৰ সুখৰ পৰা।

💔কাৰণ মোৰ লগত জড়িত হৈ আছে আৰু তিনিটি মোৰ আত্মা❤️❤️❤️

✌️বিৰক্তিকৰ এই জীৱনে নাজানো কিমান দুৰ আৰু মোৰ সাৰথি হব। ভাৱো অতি সোনকালে মোৰ জীৱনত নতুন সুখৰ আৱৰণ আহিব।

🙏🙏মাথোঁ ভগৱন্তৰ ওচৰত এটা বহুত ডাঙৰ প্ৰাৰ্থনা, যাতে মই ভৱাৰ দৰেই মোক আগুৱাই যোৱাত সহায় কৰে।

ভাৱচিন্তা=ৰিমন বিদ্যা।

ছেয়াৰ কৰাত আপত্তি নাই🙏🙏

Good morning
30/09/2025

Good morning

Address

Bangalore

Website

Alerts

Be the first to know and let us send you an email when Rimon bidya new-page posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rimon bidya new-page:

Share