Kangkana Borah

Kangkana Borah Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kangkana Borah, Digital creator, Bangalore.

🙏স্পষ্টবাদী মোৰ পৰিচয় 🧿
🔴অপৰাধ,অন্যায়,অন্ধবিশ্বাস,অসত্য আৰু অশ্লীল ভিডিও ৰ বিৰুদ্ধে মাত মতা মুক্তকন্ঠ 🚫
📌আহক আমি সকলোৱে মিলি সমাজৰ হকে মাত মাতো
🔴সত্য সদায় জয়🔴
পেজ টো ফ'ল কৰি উৎসাহিত কৰিব
Contact -📥kangkana_official599(insta)

09/07/2025

বাপেৰৰ মু*ৰতো তোক মেখেলাই জুপিম
🙄🙄🙄
এজনীয়ে কমেন্টৰ ৰিপ্লাই দিছে ৰাইজক
😌😌
মই ভয়তে কমেন্ট কৰা নাই 😛😛

ঔষধ লগোৱা আগতেই কৈ দিয়া হয় যে এনেকুৱা হ'ব তাৰ পিছতো এনেকৈ ৰাজহুৱা পোষ্ট কৰি বদনাম কৰাটো কিমান যুক্তিসংগত?
09/07/2025

ঔষধ লগোৱা আগতেই কৈ দিয়া হয় যে এনেকুৱা হ'ব তাৰ পিছতো এনেকৈ ৰাজহুৱা পোষ্ট কৰি বদনাম কৰাটো কিমান যুক্তিসংগত?

মানুহ জনীক নহয় কাপোৰ যোৰ চাওক 🙂 বৰ ডাঙৰ শিপিনী নহয় যদিও কিছুমান কাম কৰাৰ হেঁপাহ আছে সেইকাৰণে কৰোঁ 😊
09/07/2025

মানুহ জনীক নহয় কাপোৰ যোৰ চাওক 🙂 বৰ ডাঙৰ শিপিনী নহয় যদিও কিছুমান কাম কৰাৰ হেঁপাহ আছে সেইকাৰণে কৰোঁ 😊

09/07/2025

Dhura hapor fusfusoni aneu besi 🤣🤣🤣

বেছি গুৰুত্ব দিলে নিগনিয়েও নিজকে বাঘ বুলি ভাবে। মানুহৰ মুখৰ ভাষাত মানুহৰ সংস্কাৰ আৰু জ্ঞানৰ পৰিমাণ লুকাই থাকে এষাৰ কথা ...
09/07/2025

বেছি গুৰুত্ব দিলে নিগনিয়েও নিজকে বাঘ বুলি ভাবে। মানুহৰ মুখৰ ভাষাত মানুহৰ সংস্কাৰ আৰু জ্ঞানৰ পৰিমাণ লুকাই থাকে এষাৰ কথা আছে মূৰ্খই নাজানি তৰ্ক কৰে পাৰ্গত বুলি ফিতাহি মাৰে গতিকে তৰ্ক জ্ঞানী জনৰ লগত কৰিব লাগে জিকিব নোৱাৰিলেও শিকিব পৰা যায় । পা*গলৰ লগত পা*গল হৈ লাভ নাই কাৰণ মিছা ফৰফৰণি সেইবোৰে হে মাৰে যাৰ কোনো অস্তিত্ব নাই। চৰিত্ৰ, জ্ঞান, সন্মান , শিক্ষা, সংস্কাৰ আৰু স্থিতি এইবোৰ হৈছে এনেকুৱা বস্তু যিটো আনে হিংসা কৰি নোহোৱা কৰিবও নোৱাৰে আৰু কাঢ়ি নিবও নোৱাৰে। উপকাৰীক অজগৰে খাই বুলি এষাৰ কথা আছে গতিকে সদায় সেই জনৰ হে উপকাৰ কৰিব যিজনে উপকাৰৰ মূল্য বুজি পাই আজিৰ স্বাৰ্থপৰ পৃথিৱীত উপকাৰৰ মূল্য বুজাতকৈ নিজক মইবৰ দেখোৱা অহংকাৰী মানুহৰ সংখ্যা হে বেছি। মই সদায় মইয়েই হয় ... মইয়ো কাৰো দৰে হ'ব নিবিচাৰোঁ আৰু আন কোনো বিচাৰিলেও মোৰ দৰে হ'ব নোৱাৰে । কাউৰী য়ে ময়ূৰৰ পাখি লগালেও ময়ূৰৰ দৰে হ'ব নোৱাৰে কাৰণ কাউৰী আৰু ময়ূৰ দুইটা পৃথক পৃথক পক্ষী গতিকে কাউৰী হৈ ময়ূৰৰ পাখি পিন্ধা আৰু চয়াবিনক মাংস বুলি খোৱা একেই কথা।
আনৰ দৰে হ'ব বিচৰা মানুহে যেতিয়া সেই মানুহকে হাঁহে মোৰ পুতৌ জন্মে আচলতে তেওঁ নিজক সান্ত্বনা দিছে নে আনক ?
নিজৰ ভুল চিকাৰ নকৰি লাজত বলিয়া আচৰণ কৰা মানুহক মোৰ ভাষাত মই "মানসিক ৰোগী" বুলি কও আৰু এজন মানসিক ৰোগীক যিমান ভাল দৰে বুজাব সি সিমানেই বলিয়ামী কৰি কামুৰিবলৈ আহিব গতিকে তেনে ৰোগীৰ লগত লাগি সময় নষ্ট কৰাতকৈ চিকিৎসাৰ বাবে এৰি দিয়াই ভাল ।

08/07/2025
Ccc কিছুমানৰ সঁচাকৈ লাজ নাই.....!!!মোৰ এটা নিয়ম আছে যি পুখুৰীৰ পানী নাখাও সেই পুখুৰীৰ পাৰতো ভৰি নিদিওঁ। মই যিমান যি হ'ল...
08/07/2025

Ccc কিছুমানৰ সঁচাকৈ লাজ নাই.....!!!
মোৰ এটা নিয়ম আছে যি পুখুৰীৰ পানী নাখাও সেই পুখুৰীৰ পাৰতো ভৰি নিদিওঁ। মই যিমান যি হ'লেও মানুহক ইমান সোনকালে বেয়া নাপাওঁ বা বেয়া কৈ নকওঁ কিন্তু যদি সন্মুখৰ জনে আহি মোক বেয়া কৈ ক'ব মই কেতিয়াও সহ্য কৰিও নাথাকো। এবাৰ মনৰ পৰা ওলিয়াই দিলে সেই মানুহক মই সহজে ঠাই নিদিওঁ
কিছুমান মানুহ আছে পুখুৰীৰ পানী নাখাই কিন্তু পুখুৰীৰ পাৰত বহি শিতল বতাহ খাবলৈ যায় 🤣 মানে মানুহ জনী বেয়া কিন্তু মানুহ জনীৰ বস্তু বোৰ আৰু ঘৰতো ভাল ফটো দিবলৈ 😛 ঘৰতো নিজৰ নহয় যদিও ঘৰৰ ভাড়া দিয়া মানে ঘৰতো নিজৰেই ন।ধেৎ হাঁহি উঠে কিছুমানে যেতিয়া মোক ফটো বোৰ দি কয় চোৱা লাজ নোহোৱা জনী 😇 দুদিন চিনাকি হৈ বেলেগৰ 4,5 বছৰীয়া ভাল এজনী বান্ধৱীক ফোন কৰি কথা ক'বলৈ যায় সঁচা কৈ দেই পৃথিৱীত কি কি যে প্ৰাণী আছে অ 🤣 নিলাজ
চিনাকি বুলিবলৈ কোনো নাইয়েই অ যি এক দুইজনী আছে মিলি থাক চোন 🙄
এনেই অত তত কথা লগাই কি পাবি
আমাৰ ইয়াত ৯ বছৰত ১০ ২০ টা পৰিয়ালৰ লগত চিনাকি আছে আজিও ভাল হৈ আছে , কিবা এটা পাতিলে মানুহৰ অভাৱ নাই নামাতিলে হে বেয়া পায় 😌 কিয় নামাতিলা বুলি। মানুহক মানুহৰ প্ৰয়োজন হয় অ জীৱনত 😌

১/ আপুনি যদি সময় থাকোঁতেই মোৰ ওচৰত ঘূৰি নাহে মই সকলো ৰাজহুৱা কৰিম২/এজন ইউটিউবাৰে মোক প্ৰেমৰ জালত ফচাই প্ৰেগ্নেট কৰিলে৩/...
08/07/2025

১/ আপুনি যদি সময় থাকোঁতেই মোৰ ওচৰত ঘূৰি নাহে মই সকলো ৰাজহুৱা কৰিম
২/এজন ইউটিউবাৰে মোক প্ৰেমৰ জালত ফচাই প্ৰেগ্নেট কৰিলে
৩/ অকলশৰীয়া পাই মোক প্ৰেমৰ জালত ফচাই আকৌ বেলেগ এজনী ইউটিউবাৰৰ লগত সম্পৰ্কত আছে অতি সহজে মই এৰি নিদিওঁ
৪/ কেনেকৈ পাৰে এজনী ছোৱালীক প্ৰেমৰ জালত ফচাই প্ৰেগ্নেট কৰি মৰিবলৈ এৰি দিব
৫/ মোৰ মানুহ জন দুটা সন্তানৰ পিতৃ,মোৰ সন্তান সি জোৰ কৰি গ*ৰ্ভত মা*ৰিলে
৬/ অচকাই অসমে তাইৰ লগত ...(........)......... কৰিলে
৭/ মোৰ কথা বোৰ বুজি পাবলৈ মগজু লাগিব মই এজনী আন ছোৱালী কথা হে কৈ আছিলোঁ তহতক অকল ভিঊজ লাগে সমালোচনা কৰিবলৈ নিজৰ কন্টেন নাই যে , এতিয়া ছোৱালীৰ দায়িত্ব ল'লে অচকাইয়ে কল ৰেকৰ্ড শুনক
উম আমি টো মূৰ্খ হে যাৰ যি মন ক'ব আৰু তাকেই সঁচা বুলি মানি লম।
প্ৰথম কথা আনৰ লগত হোৱা ঘটনা হ'লে কোনোবাই কাৰোবাৰ নাম ফটো দি ৰাজহুৱা কৈ ভিডিও বনাবলৈ সাহস নকৰে কাৰণ তেনে কৰিলে উক্ত মানুহ জনে যদি আইনৰ সহায় লয় জেইল পৰ্যন্ত হ'ব পাৰে গতিকে মই জনাত এনে ভুল এগৰাকী জনা শুনা মানুহে নকৰে । মোৰ বিষয়ে কোনোবাই এনেকৈ সামাজিক মাধ্যমত দিলে মই জানো সুখে এৰিম সেইজনক ? আপুনি জানো এৰি দিব?
দ্বিতীয় কথা ব্যক্তিগত কথা বোৰ নিজেই ৰাজহুৱা কৰাৰ পিছত সেইখিনি আৰু ব্যক্তিগত হৈ নাথাকে গতিকে ৰাইজে সমালোচনা কৰিলে লাজ পাই লাভ নাই। যদি সন্মান কি বুজি পাই ৰাজহুৱা নকৰিলেই হ'ল পিছে চৰিত্ৰ বস্তু টো লুকাই থোৱা বস্তু নহয়।
তৃতীয় কথা হ'ল নিজৰ উদ্দেশ্য সফল হোৱাৰ পিছত কথা খিনি লুটিয়াই দিলেই সন্মান ঘূৰি নাহে কাৰণ সন্মান এখন বগা কাগজৰ দৰে য'ত এবাৰ দাগ বহিলে তাৰ চিন ৰৈ যায়

এতিয়া আহো মূল কথা লৈ
প্ৰথমে খঙত আন একো পথ বিচাৰি নাপাই সামাজিক মাধ্যমত কাহিনী টো নিজেই ৰাজহুৱা কৰিলে তাৰ পিছত যেতিয়া মানুহ জনে ফোন কৰি দায়িত্ব লম বুলি ক'লে দুইজনৰ মিলা মিচা হ'ল তেতিয়া দুইজনে কথা পাতি মানুহক বুৰ্বক বনাবলৈ মাষ্টাৰ প্লেন বনালে এটা edit call recording দি .... মনত আছে নে অভিনেতা নয়ন নিলিমে যে দুইবাৰ আমাৰ লগত prank কৰিলো বুলি নাটক কৰিছিল থিক সেইদৰে। কিছুমানে সস্তীয়া জনপ্ৰিয়তাৰ কাৰণেও এনে কৰে.......!!! চাব এতিয়া ৰাইজক তেওঁ ভাল বুলি প্ৰমাণিত কৰিবলৈ আৰু কি কি কৰিব মাত্ৰ বাঘে খালে কাহিনী টোৰ দৰে নহ'লে হ'ল তেতিয়া টো যিমান সঁচা বুলি চিঞৰি থাকিলেও লাভ নহ'ব আৰু পুৰুষ জন তেনেকৈয়ে বাচি যাব।
যি কি নহওঁক এক দুই মাহে কৰি অহা নাটক খন শেষ কৰিলোঁ বুলি ঘোষণা কৰিলে উচুপনিয়ে 🥲

কালি সন্ধিয়া আমাৰ গোহাঁইঘৰত প্ৰসাদ দিছিলোঁ 🙏
08/07/2025

কালি সন্ধিয়া আমাৰ গোহাঁইঘৰত প্ৰসাদ দিছিলোঁ 🙏

07/07/2025

শেষত নাটক খনৰ যৱনিকা পৰিল😌কল ৰেকৰ্ডিং এটা দি আমাক মূৰ্খ সজাই গ'ল ৰে 🥹

পৃথিৱীত যে জীয়াই আছোঁ কেৱল মাত্ৰ তাৰ বাবেই ❤️ আনে মোৰ ঠাই পুৰণ কৰিবলৈ অন্য এজনী হয়তো পাই যাব কিন্তু সি জানো মোৰ দৰে এজ...
07/07/2025

পৃথিৱীত যে জীয়াই আছোঁ কেৱল মাত্ৰ তাৰ বাবেই ❤️ আনে মোৰ ঠাই পুৰণ কৰিবলৈ অন্য এজনী হয়তো পাই যাব কিন্তু সি জানো মোৰ দৰে এজনী মাকক পাব? মাতৃ আৰু সন্তানৰ সম্পৰ্ক টোৱেই এনেকুৱা যে পৃথিৱীৰ কোনো আন ব্যক্তিয়ে তাৰ অভাৱ পূৰণ কৰিব নোৱাৰে।
এফালে কিছুমান নাৰী আছে সন্তানৰ কাৰণে কষ্ট নিৰ্যাতন সহি মৰি মৰি জীয়াই আছে আৰু আন ফালে এনে কিছুমান নাৰী আছে যিয়ে নিজৰ তৃপ্তি পাবৰ বাবে পেটৰ সন্তানকো এৰি গৈছে......হাই‌ মানৱ জাতি 🥲

উম মই সেইকাৰণে মানুহৰ প্ৰিয় হ'বও নিবিচাৰোঁ... অপ্ৰিয় হৈ থাকিয়েই মোৰ ভাল লাগে 🙂
06/07/2025

উম মই সেইকাৰণে মানুহৰ প্ৰিয় হ'বও নিবিচাৰোঁ... অপ্ৰিয় হৈ থাকিয়েই মোৰ ভাল লাগে 🙂

Address

Bangalore

Telephone

+918217786268

Website

https://www.facebook.com/Kangkanaofficial599?mibextid=LQQ

Alerts

Be the first to know and let us send you an email when Kangkana Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kangkana Borah:

Share