Kumud

Kumud মোৰ এই facebook পেজ লৈ আপোনালোকক স্বাগতম জনাইছো।

02/10/2025
প্ৰথমে ভূমিকম্প হৈ পৃথিৱী কঁপাই দি আগজাননী দিছিল। পিছত বান আহি আগজাননী দিছিল।দুদিনমান পিছত আমাৰ মাজৰ পৰা হিয়াৰ আমথু জুব...
24/09/2025

প্ৰথমে ভূমিকম্প হৈ পৃথিৱী কঁপাই দি আগজাননী দিছিল।
পিছত বান আহি আগজাননী দিছিল।
দুদিনমান পিছত আমাৰ মাজৰ পৰা হিয়াৰ আমথু জুবিন দাক কাঢ়ি নিলে।
নিয়তি ইমান নিষ্ঠুৰ নে । আমি এতিয়া হৈয্য কৰিব পৰা নাই যে আমাৰ মাজত জুবিন দা যে নাই। এতিয়াও যে আমি খাৰে আছোঁ জুবিন দা আহিব আমাৰ মাজত । সেই ময়াবিনি গান শুনাই থাকিব। তাৰ সেই চিৰযুগমিয়া কলজৈ গীতবোৰ আমাৰ মাজত সংৰক্ষণ কৰি ৰাখিম। মনৰ মাজত এতিয়াও প্ৰশ্ন হৈ আছে যে জুবিন দাৰ নিচিনা শিল্পীৰ জানো মৃত্যু হবলৈ পাৰে । আমি গৌৰৱ কৰিছিলোঁ জুবিন দাক লৈ । তুমি কি লৈ গৌৰৱ কৰা বুলি কলে জুবিন দা ৰ নাম কৈছিলো। আমাৰ হৈ থকা জুবিন দা অসমে সদাই মনত ৰাখিব তোমাক
#জয়জুবিন দা

19/09/2025

Good Morning

17/09/2025

বানপানী চাৰিদুৱাৰ

ৰৈ আছোঁ তোমালে
17/09/2025

ৰৈ আছোঁ তোমালে

17/09/2025

Wednesday Market
👍Juice Sugarcane



12/03/2025

জীৱনটো জীয়াবলৈ হলে হাঁহি ধেমালিৰ বহুতো প্ৰয়োজন

25/05/2024

I created new id

09/07/2023

Address

Bangalore
784103

Telephone

+917637885184

Website

Alerts

Be the first to know and let us send you an email when Kumud posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kumud:

Share