Twinkle Twinkle

Twinkle Twinkle ❤️welcome to my page❤️
I am Rimjim,Twinkle's mother❤️

Positive vibes

সুপ্ৰভাত🥰ইগলি চু যাও খাই ভাল পায়নে আপোনালোকে😁মই হলে বেয়া নাপাও ভালে পাও বাৰু দেই।কিয় কলো জানে আমাৰ ছোৱালীৰ প্লে স্কুলৰ ল...
12/11/2025

সুপ্ৰভাত🥰
ইগলি চু যাও খাই ভাল পায়নে আপোনালোকে😁মই হলে বেয়া নাপাও ভালে পাও বাৰু দেই।কিয় কলো জানে আমাৰ ছোৱালীৰ প্লে স্কুলৰ লগৰ বোৰে প্ৰায়ে টিফিনত ইদলি দচা চাম্বাৰ আনে যিহেতু ইয়াৰ অৰ্থাত South Indiar বিখ্যাত খাদ্য।তাই এদিন স্কুলৰ পৰা আহি কলে মাম্মা কাইলে ইগলি চু যাও দিবা Lakshmiয়ে সদায় আনে (তাইৰ ফ্ৰেন্দ) আৰু Next day কিন্তু দচা চু যাও দিবা😁কথাকেইটা শুনি ইমান হাঁহিলো অ' ইদলী চাম্বাৰ গুচি ইদলি চু যাওহে হলগে🤣🤣চাম্বাৰক একেচাতে শুৱাই দিলে😂

Good Morning everyone🥰Have a beautiful day...
11/11/2025

Good Morning everyone🥰Have a beautiful day...

সুপ্ৰভাত❤️আধুনিক বোৱাৰী বুলি ঠাট্টা নকৰিব মোক ৰাতিপুৱা ঘৰ দুৱাৰ সৰা মোচা কৰিবলৈ মই কোনো দিন পাহৰা নাই,গা ধুই আহি থাপনা ত...
08/11/2025

সুপ্ৰভাত❤️
আধুনিক বোৱাৰী বুলি ঠাট্টা নকৰিব মোক
ৰাতিপুৱা ঘৰ দুৱাৰ সৰা মোচা কৰিবলৈ মই
কোনো দিন পাহৰা নাই,গা ধুই আহি থাপনা ত
চাকি গচি জ্বলাবলৈ কোনেও মোক মনত পেলাই
দিয়া নাই।


জিন্স পিন্ধি ফুৰিবলৈ গৈছো, কিন্তু কাতি বিহুৰ দিনা তুলসী তলত চাকি গচি মেখেলা চাদৰ পিন্ধি দিছো । কুৰ্তি পিন্ধি বজাৰ সমাৰলৈ গৈছো কিন্তু ভাদ মাহত মেখেলা চাদৰ যোৰ পিন্ধি গামোচা লৈ নামঘৰলৈ যাবলৈ মোক কোনেও লগ ধৰিব লগা হোৱা নাই। ৰেষ্টুৰেণ্টত গৈ খাইছো , বাৰ্থদে পাৰ্তি কৰিছো কিন্তু ভাদ মাহৰ শৰাই খন নামঘৰ ত দিবলৈ পাহৰি যোৱা নাই,সামৰ্থ অনুসাৰে আইসকলক খোৱাইছো । বিহুত ঢেঁকী নহলেও পিঠা কোনো দিন মই কিনি অনা নাই,মিক্সি ত গুৰি কৰি হলেও তিল পিঠা তেল পিঠা নিজ হাতেৰে বনাইছো। মাঘ বিহুৰ দিনা নামঘৰত গৈ সেৱা কৰিছো আৰু মেজিত সেৱা কৰিছো।

কেক ও বনাব জানো লাৰু পিঠাও বনাব জানো,চিকেন পোলাও মোৰ প্ৰিয় কিন্তু বৰা চাউলৰ জলপান মোৰ অতিকে প্ৰিয়,চিলি চিকেন যিমান ভালকৈ ৰান্ধিব জানো,
হাঁহ কোমোৰা তাতকৈ বেচি ভালকৈ ৰান্ধিব জানো।
চিকেন ফ্ৰাই ও বনাব জানো কচু ঢেঁকীয়া ঔ টেঙা ৰ জুল ও ৰান্ধিব জানো। চিকেন চাওমিন ও ৰান্ধিব জানো আৰু ভালকৈ মাছ পাতত দিবলৈ ও জানো।
(কচু মাগুৰ মাছৰ জুল,সৰু মাছেৰে খৰিচা,ঢেঁকীয়া সৰু মাছেৰে শুকান ভাজি,কলডিল ৰে পাৰ,কঠাল গুটি পিটিকা,আলু পিটিকা আৰু বহুত )

বিয়া সকাম উৎসব পাৰ্বন ত সদায় মেখেলা চাদৰ পিন্ধি গৈছো কিয়নো আমাৰ পৰম্পৰা ,মোৰ সংস্কৃতি সদায় সকলোতকৈ উৰ্ধত ।
পষ্টটোত নামটো পোৱা নাই লিখা গৰাকীলৈ আন্তুৰিক ধন্যবাদ🙏
#সংগ্ৰহীত}

)

07/11/2025

I want to give a huge shout-out to my top Stars senders. Thank you for all the support!

Nitu Patra, Dpsikha Phukan, Palashee Saikia Phukan, Dipika Mech New

সকলোকে এটি সুন্দৰ পুৱাৰ শুভেচ্ছা জনালো🥰  ❤️
06/11/2025

সকলোকে এটি সুন্দৰ পুৱাৰ শুভেচ্ছা জনালো🥰 ❤️

Good Morning everyone🥰 have a beautiful day...
04/11/2025

Good Morning everyone🥰 have a beautiful day...

There's no bond more frindly than a bond that a mother and daughter shares....GOOD MORNING Everyone🥰Have a Beautiful day...
03/11/2025

There's no bond more frindly than a bond that a mother and daughter shares....GOOD MORNING Everyone🥰Have a Beautiful day...

A cup of Coffee+Good Music=HAPPINESS😍Good Morning Everyone..Have a Beautiful day🥰
02/11/2025

A cup of Coffee+Good Music=HAPPINESS😍Good Morning Everyone..Have a Beautiful day🥰

01/11/2025

বাংগালোৰত❤️জয় জুবিন দা❤️জুবিন দাই দিয়া শেষ উপহাৰ ৰৈ ৰৈ বিনালে🙏Movie time


Address

Bangalore

Website

Alerts

Be the first to know and let us send you an email when Twinkle Twinkle posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share