Ali Muli Assam

Ali Muli Assam YouTube channel:- "Ali Muli Assam/Prakash Barman"..Please visit my channel and do watching my video.

29/10/2025


কণমানি শিশুটিয়ও আহিছে জুবিন মামাৰ সমাধি স্থললৈ 🧿🕉🙏🌼❤‍🔥

29/10/2025

শ্রীমদ্ভগৱদ্গীতামৃত.........

শ্রীমদ্ভগৱদ্গীতামৃত-জ্ঞানয়োগ/ পঞ্চম অধ্যায়, শ্লোক সংখ্যা দ্বিতীয়।

শ্লোক:-
শ্ৰীভগৱানুৱাচ :-

সন্ন্যাসঃ কৰ্ময়োগশ্চ নিঃশ্ৰেয়সকৰাবুভৌ ।
তয়োস্তু কৰ্মসন্ন্যাসাৎ কৰ্ময়োগো ৱিশিষ্যতে ।। (৫/০২)

বিভিন্ন ত্ৰুটিৰ বাবে ক্ষমা প্রার্থনা।


















শ্লোক সহ অসমীয়া অনুবাদ মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলত উপলব্ধ

Shout out to my newest followers! Excited to have you onboard! Salima Sultana, Riju Mani Das, Arpana Kalita your most we...
29/10/2025

Shout out to my newest followers! Excited to have you onboard! Salima Sultana, Riju Mani Das, Arpana Kalita your most welcome🎉🙏

_At Hayat Hospital, Guwahati   ❤🙏
28/10/2025

_At Hayat Hospital, Guwahati
❤🙏

28/10/2025


গুণ গুণ গুণ________❤‍🔥🧿

সময় তোমাৰ গতিত ধাৱমান হোৱাৰ হেঁপাহ 🌼   Department of Sanskrit, Gauhati University
28/10/2025

সময় তোমাৰ গতিত ধাৱমান হোৱাৰ হেঁপাহ 🌼



Department of Sanskrit, Gauhati University

28/10/2025

কেৱল জয় জুবিন দা ধ্বনি✊

28/10/2025

শ্রীমদ্ভগৱদ্গীতামৃত.........

শ্রীমদ্ভগৱদ্গীতামৃত-জ্ঞানয়োগ/ পঞ্চম অধ্যায়, শ্লোক সংখ্যা প্ৰথম ।

শ্লোক:-
অৰ্জুন উৱাচ:-

সন্ন্যাসং কৰ্মণাং কৃষ্ণ পুনৰ্য়োগং চ শংসসি ।
য়চ্ছ্ৰেয় এতয়োৰেকং তন্মে ব্ৰূহি সুনিশ্চিতম্ ।। (৫/০১)

বিভিন্ন ত্ৰুটিৰ বাবে ক্ষমা প্রার্থনা।


















শ্লোক সহ অসমীয়া অনুবাদ মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলত উপলব্ধ

27/10/2025

দৌৰি হলেও উঠিম্, যিহেতু আমাৰ বিশেষ সম্পত্তি এয়া🥳 Kurma 😂

  এয়া যেন স্বৰ্গীয় অনুভূতি, জুবিন ক্ষেত্র এতিয়া তীৰ্থ ক্ষেত্রত পৰিণত। আজিও প্ৰাৰ্থনা কৰিছোঁ/কৰিছে আৰু আজীৱন কৰিম/কৰিব।...
27/10/2025


এয়া যেন স্বৰ্গীয় অনুভূতি, জুবিন ক্ষেত্র এতিয়া তীৰ্থ ক্ষেত্রত পৰিণত। আজিও প্ৰাৰ্থনা কৰিছোঁ/কৰিছে আৰু আজীৱন কৰিম/কৰিব। হিয়াৰ আমঠু গৰাকীৰ ন্যায়ৰ বাবে আজীৱন যুঁজিবলৈ সাঁজু আৰু যুঁজি যাম। আমি জানো ন্যায় প্ৰণালী কিছুমান নিয়মৰ মাজত আৱদ্ধ, লাহে লাহে সকলো প্ৰক্ৰিয়াগত ভাৱে হৈ গৈ থাকিব। কিন্তু প্ৰক্ৰিয়াগত এই ন্যায় প্ৰণালী লাহে লাহে হৈ থাকক বুলিয়েই জানো আমি হাতত হাত সাৱতি বহি থাকিম! কোনেপধ্যেই নহ'ব। আমাক লাগিব ন্যায়, লেহেমীয় আছিল যদিও ন্যায় প্ৰক্ৰিয়া তথাপিতো ক্ষিপ্ৰ হ'ব লাগিব এই প্ৰক্ৰিয়া, ড° জুবিন গাৰ্গ ৰ বাবে, ৰাইজৰ বাবে, The Evergreen legend of Assam or Northeast ৰ বাবে । নাভাবিব পলম হ'লে সকলো নিতাল মাৰিব বুলি, কোটি কোটি জনতাৰ আজিও জ্বলি থকা আত্মবন্তি গচিৰ লেলিহান অগ্নিশিখাই জ্বলাই মাৰিব আপোনালোকক যদি ন্যায় দিয়াত অপাৰগ হয়। শেষত_____
"জানো বুজো তথাপিও নোৱাৰো
নিজৰ মাজত তোমাকেই সামৰো
জানো বুজো তথাপিও নোৱাৰো
নিজৰ মাজত তোমাকেই সামৰো
সপোনৰ ৰথ আজি হতবাক স্তব্ধ
জীৱনৰ পথ আজি মলিন বিবর্ণ
জীৱনৰ যাত্ৰা তোমাতেই বিলীন..... "

তথাপিতো নোৱাৰো বুলি জুবিন দাই হে কৈছে আমি নাই কোৱা, বাক্ স্তব্ধ হৈ ৰৈছিল জুবিন দা হে, আমি নহয়। অধিকাৰ আজুৰি আনিম আমি...


27/10/2025

শ্রীমদ্ভগৱদ্গীতামৃত.........

শ্রীমদ্ভগৱদ্গীতামৃত-জ্ঞানয়োগ/ চতুর্থ অধ্যায়, দ্বিচত্ৱাৰিংশত্ সংখ্যক শ্লোক ।

শ্লোক:-
শ্ৰীভগৱানুৱাচ:-

তস্মাদজ্ঞানসম্ভূতং হৃৎস্থং জ্ঞানাসিনাত্মনঃ ।
ছিত্ত্ৱৈনং সংশয়ং য়োগমাতিষ্ঠোতিষ্ঠ ভাৰত ।। (৪/৪২)

বিভিন্ন ত্ৰুটিৰ বাবে ক্ষমা প্রার্থনা।
















শ্লোক সহ অসমীয়া অনুবাদ মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলত উপলব্ধ

Address

Barama

Alerts

Be the first to know and let us send you an email when Ali Muli Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ali Muli Assam:

Share