10/01/2026
Attention..... Attention....... Attention
আপোনালোকৰ মাজলৈ লৈ আহিছো ফটো প্ৰতিযোগিতা।
প্ৰথম পুৰস্কাৰ: 239 Recherge
দ্বিতীয় পুৰস্কাৰ: Unlimited Data RS 49
তৃতীয় পুৰস্কাৰ: Data 1 GB RS 19 (3 টা )
Rule and regulations:
1. Hindi Gyan Page টো সকলোৱে Follow কৰিব লাগিব। Page টো Follow নকৰিলে পুৰস্কাৰ নাপাব ।
2. Post টো সকলোৱে Share কৰিব লাগিব। 500 ৰ ওপৰত Share হলেহে পুৰস্কাৰ ঘোষণা কৰা হ'ব ।
3. ফটোত যাৰ Comment বেছি হ'ব তাৰ উপৰত প্ৰতিযোগিতা ৰ ফলাফল ঘোষণা কৰা হ'ব। Comment একদম Genuine হ'ব লাগিব আৰু এটা Account ৰে এটাহে Comment গনণা কৰা হ'ব ।
4. ফটো টো নিজৰ হ'ব লাগিব আৰু ফলাফল এইটো Page তেই ঘোষণা কৰা হ'ব ।
5. ফটো টো Main Page ত গৈ Main post ত comment কৰিব লাগিব।