Dhansiri Live

Dhansiri Live DhansiriLive"সত্যৰ পক্ষত "।

28/08/2026
সৰুপথাৰৰ ফটো সাংবাদিক দীপন ৰাজবংশীৰ দেহাৱসান---
26/08/2026

সৰুপথাৰৰ ফটো সাংবাদিক দীপন ৰাজবংশীৰ দেহাৱসান---

নেপালী খুঁটিত উদ্বোধন কৰা এই প্ৰথমটো ঘৰ এক বিশেষ অনুভূতিৰ মুহূৰ্ত।এই ঘৰটো নিৰ্মাণৰ আঁৰত গোলাঘাটৰ সৰুপথাৰৰ পৰা অহা শ্ৰমিক...
20/08/2026

নেপালী খুঁটিত উদ্বোধন কৰা এই প্ৰথমটো ঘৰ এক বিশেষ অনুভূতিৰ মুহূৰ্ত।এই ঘৰটো নিৰ্মাণৰ আঁৰত গোলাঘাটৰ সৰুপথাৰৰ পৰা অহা শ্ৰমিকসকলৰ অসীম পৰিশ্ৰম আৰু ত্যাগ জড়িত হৈ আছে।

20/08/2026

যানজঁটত অচল প্ৰায় এক ঘণ্টা বৰপথাৰ নগৰ;বিদ্যালয়মুখী ছাত্ৰ-ছাত্ৰীৰ দুৰ্ভোগ

04/08/2026

ONGCৰ পাইপলাইন ফুটা কৰি তেল চুৰি,উৰিয়ামঘাটত চাঞ্চল্য...

04/08/2026

“মই বিগত ১৫ বছৰৰ পৰা তেঁওৰ লগত আছো।তেঁও অত্যন্ত ভাল মানুহ,মোক সদায় কনিষ্ঠ ভাতৃৰ দৰে ব্যৱহাৰ কৰে।” — এইদৰে জনপ্ৰিয় বলিউড অভিনেতা ৰণদ্বীপ হুদাৰ ব্যক্তিগত সহকাৰী সহায়ক তথা সৰুপথাৰৰ বেবেজীয়াৰ সাগৰ লিম্বুৱে অভিনেতাজনৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক,ব্যক্তিত্ব আৰু মানৱীয় দিশ সম্পৰ্কে খোলাখুলিকৈ ব্যক্ত কৰিলে।শুনক আৰু কি ক’লে সাগৰ লিম্বুৱে।

03/08/2026

#সৰুপথাৰৰ বেবেজীয়াত জনপ্ৰিয় বলিউড অভিনেতা ৰণদ্বীপ হুডা #
#লগেভাগে খালে এসাঁজ অসমীয়া পৰম্পৰা খাদ্য #

03/08/2026

জনপ্ৰিয় বলিউড অভিনেতা ৰণদ্বীপ হুদা সৰুপথাৰৰ বেবেজীয়া গাঁৱত।

বেবেজীয়াত উপস্থিত হৈ স্থানীয় গাঁওবাসীৰ সৈতে আন্তৰিকভাৱে মত-বিনিময় কৰে অভিনেতাজনে।এই সময়তে অসমৰ গৌৰৱ তথা বিশ্বজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইৰ সাফল্যৰো ভূয়সী প্ৰশংসা কৰে ৰণদ্বীপ হুদাই।গাঁওবাসী আৰু লাভলীনা বৰগোহাঁই সন্দৰ্ভত তেওঁ কি মন্তব্য কৰিলে—শুনক এই বিশেষ ভিডিঅ’---

02/08/2026

Commwelth Sliver medelist Boxer Lavlina Borgohain Father Reaction

গ্লাছ'গ অনুষ্ঠিত কমনৱেলথ গেমছ 2026 ৰূপৰ পদক অৰ্জন লাভলিনা বৰগোহাইৰ।কালি নিশা অনুষ্ঠিত বক্সিংৰ ৭৫ কেজি মহিলা শাখাত অষ্ট্ৰেলিয়াৰ বক্সাৰ এমাছো গ্ৰীণটীৰ হাতত ৪-১ ব্যৱধানত পৰাস্ত হয় যদিও প্ৰথম বাৰৰ বাবে কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰে লাভলিনাই।পদক লাভ কৰাৰ পাছতে ৰাজ্যৰ বানপিড়িত ৰাইজৰ বাবে উচৰ্গা কৰিলে লাভলিনাই।আনহাতে লাভলিনাৰ সাফল্যক লৈ পিতৃ-মাতৃৰ লগতে আনন্দিত সৰুপথাৰবাসীৰ লগতে গাঁওবাসী।

Address

Barpathar
785602

Alerts

Be the first to know and let us send you an email when Dhansiri Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dhansiri Live:

Shortcuts

Share