08/10/2025
সকলো শূণ্য হৈ গ'ল। 'সেই মানুহখিনিয়ে সঁচাকৈ কওক কি হৈছিল জুবিনৰ লগত', 'শেখৰে যদি সকলো জানিছিল ৰখোৱা নাছিল কিয়'? ছিংগাপুৰলৈ যোৱা কোনো এজন লোকে এতিয়ালৈ যোগাযোগ কৰা নাই গৰিমা গাৰ্গৰ লগত। জুবিন গাৰ্গৰ ঘটনাৰ ন্যায় বিচাৰি পত্নী গৰিমা গাৰ্গৰ মন্তব্য