The Assam Bulletin

  • Home
  • The Assam Bulletin

The Assam Bulletin Media News Company

10/03/2025
আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথৰ।
05/03/2025

আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথৰ।

📌 গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা📌 পত্নী-কন্যাক হত্যা কৰি চৰম পন্থা এজন ব্যক্তিৰ📌 শোৱনি কোঠাত উদ্ধাৰ পত্নী-কন্যাৰ মৃতদেহ📌 ...
12/02/2025

📌 গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা
📌 পত্নী-কন্যাক হত্যা কৰি চৰম পন্থা এজন ব্যক্তিৰ
📌 শোৱনি কোঠাত উদ্ধাৰ পত্নী-কন্যাৰ মৃতদেহ
📌 বামুণী মৈদামৰ ৰে'লৱে আৱাসিক কলনীত এই ঘটনা

নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে বিনামূলীয়া সা-সুবিধা ঘোষণা কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। আদালতে কয...
12/02/2025

নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে বিনামূলীয়া সা-সুবিধা ঘোষণা কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। আদালতে কয় যে তেওঁলোকৰ বাবেই মানুহে কাম কৰিব নিবিচাৰে কাৰণ তেওঁলোকে বিনামূলীয়া ৰেচন আৰু ধন লাভ কৰিছে। ন্যায়াধীশ গাভাইয়ে কয় যে বিনামূলীয়া ৰেচন আৰু ধন দিয়াৰ পৰিৱৰ্তে এনে লোকক সমাজৰ মূলসুঁতিৰ অংশ কৰি লোৱাটো ভাল হ'ব যাতে তেওঁলোকে দেশৰ উন্নয়নত অৰিহণা যোগাব পাৰে।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে আই টি আৰু গ্ল’বেল কেপেবিলিটি চেণ্টাৰছ (জিচিচি) নীতি ৪.০ৰ অধীনত ঘৰৰ পৰা...
12/02/2025

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে আই টি আৰু গ্ল’বেল কেপেবিলিটি চেণ্টাৰছ (জিচিচি) নীতি ৪.০ৰ অধীনত ঘৰৰ পৰা কামৰ ব্যাপক নীতি প্ৰৱৰ্তনৰ পৰিকল্পনা ঘোষণা কৰে।

কৰ্ম-জীৱনৰ উন্নত ভাৰসাম্য বৃদ্ধিৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৯০ ঘণ্টীয়া কৰ্মসপ্তাহক লৈ চলি থকা উত্তপ্ত বিতৰ্কৰ মাজতে। ছ’চিয়েল মিডিয়াত এই আপডেট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে অধিক নমনীয় আৰু সুষম কৰ্ম পৰিৱেশ সৃষ্টিৰ এই পদক্ষেপৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অনুশীলন অধ্যাপক হিচাপে নিযুক্তি দিয়া হৈছে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙক
12/02/2025

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অনুশীলন অধ্যাপক হিচাপে নিযুক্তি দিয়া হৈছে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙক

⚫বেঁকী নদীত পৰি বৰপেটাৰোডৰ তিনি যুৱকৰ কৰুণ মৃত্য,⚫মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা বেঁকী নদীত গা ধুবলৈ গৈ সন্ধানহীন...
02/05/2024

⚫বেঁকী নদীত পৰি বৰপেটাৰোডৰ তিনি যুৱকৰ কৰুণ মৃত্য
,
⚫মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা বেঁকী নদীত গা ধুবলৈ গৈ সন্ধানহীন হয় তিনি যুৱক

⚫যুৱক তিনিজন বৰপেটা ৰোডৰ দুই ভাতৃ দ্বীপ সাহা,ৰাজ সাহা আৰু বন্ধু অভিজিৎ কৰ্মকাৰ ৷

01/05/2024

⚫শিৱসাগৰৰ দৰবাৰ ফিল্ডৰ সমীপত ভয়ংকৰ অ*গ্নি*কা*ণ্ড*

⚫দৰবাৰ ফিল্ডৰ সমীপৰ এটা বাসগৃহত এই অ*গ্নি*কা*ণ্ড* সংঘটিত হয়

⚫ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী

Address


Telephone

+919706854149

Website

Alerts

Be the first to know and let us send you an email when The Assam Bulletin posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Assam Bulletin:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share