01/02/2026
অদম্য সাহস তথা শৌৰ্য-বীৰ্যৰ প্ৰতীক আদৰ্শ বীৰ, একাধাৰে সমাজ সংগঠক, সুশাসক, সুপণিত, ধৰ্মনাৰপেক্ষ, এক শৰণ নৱ বৈষ্ণৱ ধৰ্মৰ পৃষ্ঠপোষক, এছিয়া উপ মহাদেশ গেৰিলা যুদ্ধৰ পিতৃ পুৰুষ তথা ভাৰতীয় নৌ সেনা বাহিনীৰ বাটকটীয়া ষোল্ল শতিকাৰ কোচ শক্তিৰ মহাপ্ৰতিভু বিশ্ব মহাবীৰ চিলাৰায় ওৰফে দেৱান শুক্লধ্বজৰ আজি ৫১৬ সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু কৌটি কৌটি প্ৰণাম যাঁচিছোঁ🙏🙏🙏