02/02/2025
বাক্সাৰ শালবাৰীত গুণ্ডা টেক্স সংগ্ৰহত নামি পৰিছে একাংশ UPPLৰ নেতা-কৰ্মী। গুণ্ডা টেক্সৰ নেতৃত্বত EM ৰঞ্জিত বসুমতাৰী আৰু MCLA জয় মুছাহাৰী! বন বিভাগৰ বৈধ চালান থকাৰ পিছতো নিশা হ'লেই অবৈধভাৱে ধন সংগ্ৰহত নামি
#অসমীয়ানিউজ