Salbari Parishad Bulletin

Salbari Parishad Bulletin Latest News

বাক্সা জিলাৰ কাটাঝাৰত পথ দুৰ্ঘটনা--------বাক্সা জিলাৰ কাটাঝাৰ অঞ্চলত আজি সংঘটিত হয় এক পথ দুৰ্ঘটনা।জানিব পৰা মতে, এখন বা...
16/06/2026

বাক্সা জিলাৰ কাটাঝাৰত পথ দুৰ্ঘটনা
--------
বাক্সা জিলাৰ কাটাঝাৰ অঞ্চলত আজি সংঘটিত হয় এক পথ দুৰ্ঘটনা।

জানিব পৰা মতে, এখন বাইক আৰু এখন চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাত চাইকেল আৰোহী আৰু বাইক আৰোহী দুয়ো আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

স্থানীয় লোকসকলে তৎক্ষণাত উদ্ধাৰ অভিযান চলাই আহতসকলক চিকিৎসাৰ বাবে নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

অধিক তথ্যৰ বাবে আমাৰ সৈতে সংযুক্ত থাকক।

আজি কোকৰাঝাৰত তথ্য আৰু জনসংযোগ (I&PR) বিভাগৰ বিষয়াবৰ্গৰ সৈতে বিটিচি অঞ্চলৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক আৰু সংবাদ মাধ্যমৰ ...
08/06/2026

আজি কোকৰাঝাৰত তথ্য আৰু জনসংযোগ (I&PR) বিভাগৰ বিষয়াবৰ্গৰ সৈতে বিটিচি অঞ্চলৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। এই আলোচনা কালত জনস্বাৰ্থজড়িত বিষয়, তথ্যৰ সঠিক প্ৰচাৰ, স্বচ্ছতা আৰু উন্নয়নমূলক কাৰ্যসূচীসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত বিস্তৃত আলোচনা হয়।

সাংবাদিকসকলে আগবঢ়োৱা মূল্যৱান পৰামৰ্শ আৰু মতামতৰ বাবে আকতৰা বাইদেউ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। জনসাধাৰণৰ স্বাৰ্থত তথ্যৰ সঠিক প্ৰচাৰ আৰু সুস্থ গণতান্ত্ৰিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ সৈতে সমন্বয় ৰক্ষা কৰি আগবাঢ়ি যোৱাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।

এক উন্নত, স্বচ্ছ আৰু জনমুখী বিটিআৰ গঢ়াৰ লক্ষ্যৰে আমি একেলগে কাম কৰি যাম।

ৰবিবাৰৰ পুৱা আন দিনতকৈ শান্ত আৰু স্নিগ্ধ হয়। Begum Akhtara Ahmed Bodoland People's Front - BPF
07/06/2026

ৰবিবাৰৰ পুৱা আন দিনতকৈ শান্ত আৰু স্নিগ্ধ হয়।
Begum Akhtara Ahmed
Bodoland People's Front - BPF

বিটিচি অঞ্চলৰ উন্নয়নমূলক যাত্ৰাক অধিক খৰতকীয়া আৰু বিভাগীয় কাম-কাজসমূহক গতিশীল কৰাৰ উদ্দেশ্যৰে আজি এক উচ্চস্তৰীয় পৰ্যাল...
06/06/2026

বিটিচি অঞ্চলৰ উন্নয়নমূলক যাত্ৰাক অধিক খৰতকীয়া আৰু বিভাগীয় কাম-কাজসমূহক গতিশীল কৰাৰ উদ্দেশ্যৰে আজি এক উচ্চস্তৰীয় পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায়। সন্মানীয় কাৰ্যবাহী সদস্য Begum Akhtara Ahmed বাইদেউৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত লটাৰী বিভাগৰ বিভিন্ন দিশ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয়।
Bodoland People's Front - BPF

05/06/2026

গুৱাহাটীক শ্বিলাং বনাব নোৱাৰা কাৰণে দুখিত, কিন্তু গুৱাহাটী আমি বেংগন চিটি বনাম : গুপ্তা CMO Assam Hagrama Mohilary

"গছ থাকিলেহে মানুহ থাকিব" বৰ্তমান সময়ত উদ্যোগীকৰণ আৰু নগৰীকৰণৰ নামত বনাঞ্চল ধ্বংস কৰাৰ ফলত খৰাং, অতিবৃষ্টি আৰু প্ৰদূষণৰ ...
05/06/2026

"গছ থাকিলেহে মানুহ থাকিব"

বৰ্তমান সময়ত উদ্যোগীকৰণ আৰু নগৰীকৰণৰ নামত বনাঞ্চল ধ্বংস কৰাৰ ফলত খৰাং, অতিবৃষ্টি আৰু প্ৰদূষণৰ দৰে ভয়াবহ সমস্যাই দেখা দিছে। গতিকে, মানৱ জাতিক ধ্বংসৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ হ'লে আমি কেৱল গছ কাটিলেই নহ'ব, অধিক মাত্ৰাত গছ ৰোপণ কৰিব লাগিব। গছৰ সুৰক্ষাইহে মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰিব।
Begum Akhtara Ahmed
Bodoland People's Front - BPF

05/06/2026

🌿 বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা 🌿

আজি বিশ্ব পৰিৱেশ দিৱস। এই বিশেষ দিনটোত আমি সকলোৱে আমাৰ পৰিৱেশ সংৰক্ষণ আৰু সেউজ পৃথিৱী গঢ়াৰ সংকল্প পুনৰ দৃঢ় কৰোঁ।

পৰিৱেশ হৈছে আমাৰ জীৱন, স্বাস্থ্য আৰু ভৱিষ্যতৰ মূল আধাৰ। বনাঞ্চল ধ্বংস, জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ আৰু প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰে সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে। সেয়েহে, প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাটো কেৱল চৰকাৰ বা কোনো এটা সংস্থাৰ দায়িত্ব নহয়, ই আমাৰ সকলোৰে সামূহিক দায়িত্ব।

গছপুলি ৰোপণ, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস, পানী সংৰক্ষণ আৰু পৰিচ্ছন্ন পৰিৱেশ গঢ়াৰ দৰে সৰু সৰু পদক্ষেপেও বৃহৎ পৰিৱৰ্তন আনিব পাৰে। আমি যদি আজিৰ পৰা সচেতন হওঁ, তেন্তে আগন্তুক প্ৰজন্মৰ বাবে এখন সুস্থ, সেউজ আৰু বাসযোগ্য পৃথিৱী এৰি যাব পাৰিম।

আহক, বিশ্ব পৰিৱেশ দিৱসত আমি সকলোৱে একেলগে সেউজ পৰিৱেশ সংৰক্ষণৰ শপত লওঁ আৰু প্ৰকৃতিৰ সৈতে সমন্বয় ৰাখি উন্নয়নৰ পথত আগবাঢ়ো।

“পৰিৱেশ ৰক্ষা কৰক, ভৱিষ্যৎ সুৰক্ষিত কৰক।”

#বিশ্ব_পৰিৱেশ_দিৱস #পৰিৱেশ_সংৰক্ষণ

Good morning 🌅 Begum Akhtara Ahmed Bodoland People's Front - BPF
04/06/2026

Good morning 🌅
Begum Akhtara Ahmed
Bodoland People's Front - BPF

04/06/2026
অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে বাঘৰ দৰে গৰজি উঠা এইগৰাকী নেত্ৰী EM Begum Akhtara Ahmed বাইদেউ।Bodoland People's Front - BPF...
03/06/2026

অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে বাঘৰ দৰে গৰজি উঠা এইগৰাকী নেত্ৰী EM Begum Akhtara Ahmed বাইদেউ।
Bodoland People's Front - BPF

Address

Salbari, Barpeta Road
Barpeta Road
781318

Website

Alerts

Be the first to know and let us send you an email when Salbari Parishad Bulletin posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

l="false"> Add listing
  • Login
  • Subscribe

    We will notify you when anything happens in Barpeta Road.