Axom Protidin Time 24x7

  • Home
  • Axom Protidin Time 24x7

Axom Protidin Time 24x7 News

30/11/2025

কোকৰাঝাৰ জিলাত উত্তপ্ত প্ৰতিবাদী চৰকাৰ বিৰোধী আন্দোলন:কোকৰাঝাৰৰ ৰাজধানী সচিবালয়ৰ আচবাব পত্ৰ আদি বড়ো ছাত্ৰ- ছাত্ৰীৰ ভাঙি ছিঙি লণ্ডভণ্ড : নীৰৱ দৰ্শক হৈ থাকিল চৰকাৰী জিলা প্ৰশাসন - নিৰাপত্তা বাহিনী : নতুন দিল্লী - দিশপুৰত ৰাজনৈতিক ভাবে তীব্ৰ প্ৰতিক্ৰিয়া।*

30/11/2025

বৰক্ষেত্ৰীত, 'সখী এক্সপ্ৰেছ' আঁচনিৰ স্কুটি বিতৰনৰ কৃতজ্ঞতা অনুষ্ঠান ....
নলবাৰী জিলাৰ, বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাত, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বৰক্ষেত্ৰী আৰু বৰভাগ উন্নয়ন খণ্ডৰ সখী সকললৈ 'সখী এক্সপ্ৰেছ' আঁচনিৰ স্কুটি বিতৰনৰ বাবে কৃতজ্ঞতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

29/11/2025

#নাজিৰাৰ বিহুবৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অঘটন*
#নিৰ্মাণত অৱস্থাতেই খহি পৰিল সীমাবেৰা*
#নিৰ্মাণত বিসংগতি বাবেই খহি পৰিল সীমাবেৰা*
#নিৰ্মাণৰ দায়িত্বত থকা তিনিজন শিক্ষকৰ অকমন্যতাৰ নিৰ্দশন*

29/11/2025

চতিয়াৰ ইটাখোলাৰ বালিডোঙা গাঁৱৰ যুৱক বহিৰাজ্যত সন্ধানহীন৷
# তিনিটা সন্তানৰ পিতৃ ওচমান আলি পাচমাহে নিৰূদ্দেশৰ চাঞ্চল্য৷

28/11/2025

অসম কেবিনেটত চাহ শ্ৰমিকক ভূমি আৱন্টন তথা মাটিৰ পট্টা প্ৰদানৰ সিদ্ধান্তত উৎফুল্লিত শ্ৰমিক ৰাইজ

28/11/2025

চাপৰৰ সোনামূখী17নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
চাৰি চকীয়া বাহন নম্বৰ হৈছে AS17 B 8241
বিলাসী পাৰাৰ পৰা চাপৰ অভিমূখে গৈ থকা অবস্থাত সোনামুখিত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

28/11/2025

টুকটুকী আঞ্চলিক আমছুৰ এক সজাতি দলৰ স্থানীয় বিদ্যালয় সমূহৰ শৈক্ষিক পৰিৱেশ পৰিদৰ্শন।

28/11/2025

বৰক্ষেত্ৰীত বিজেপিৰ অপপ্ৰচাৰ ....
নলবাৰী জিলাৰ, বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ১৩৩ নং খালিহাপাৰা - আদাট্টাৰী কংগ্ৰেছ বোথ কমিটীৰ বিৰুদ্ধে অপপ্ৰচাৰ বিজেপি দলৰ ।

28/11/2025

কলবাৰী আঞ্চলিক সমিতি আমছুৰ উদ্দোগত আৰু আমগুৰি শাখা সমিতিৰ সহযোগত নাহৰ গছ পূলি নলডোবা কলবাৰী মাদ্ৰাছা প্ৰাংগনত ৰূপায়ণ কৰা হয়

28/11/2025

শৰাইঘাটৰ সোঁৱৰণী সভাত গৰজি উঠিল মতিউৰ ৰহমান । অসমীয়াৰ শত্ৰু অসমীয়া ।
অবৈধ বিদেশীৰ ৰক্ষক আছু, অগপ আৰু অসম সাহিত্য সভাৰ বাবেই অসমীয়া-খিলঞ্জীয়াৰ ধ্বংস নিশ্চিত হৈছে ।

28/11/2025

আঘোণৰ সোণগুটি চপাই এইবাৰ স্কুটাৰে মৰণা মৰাত ব্যস্ত শিৱসাগৰ হাঁহচৰা চাউদাং গাঁৱৰ এজন সংবাদকৰ্মী,কৃষক৷

28/11/2025

# ৰঙাপৰাত নিশা সংঘটিত হল ভয়ংকৰ অগ্নিকাণ্ড ৷
# লক্ষাধিক টকাৰ ক্ষতিসাধন ৷

Address

MO

Alerts

Be the first to know and let us send you an email when Axom Protidin Time 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom Protidin Time 24x7:

  • Want your business to be the top-listed Media Company?

Share