Ankur Nath

Ankur Nath Debate Secretary B.H.C.S.U 2023-24

15/10/2025
08/10/2025

Good morning

১৯৯৮ চনৰ আজিৰ দিনটোতে অৰ্থাৎ  আজি ২৯ নৱেম্বৰৰ দিনটো বি.এইচ.মহাবিদ্যালয় পৰিয়ালৰ বাবে এক দুখৰ দিন । আকস্মিক পথ দুৰ্ঘটনাত ...
29/11/2024

১৯৯৮ চনৰ আজিৰ দিনটোতে অৰ্থাৎ আজি ২৯ নৱেম্বৰৰ দিনটো বি.এইচ.মহাবিদ্যালয় পৰিয়ালৰ বাবে এক দুখৰ দিন । আকস্মিক পথ দুৰ্ঘটনাত বি এইচ মহাবিদ্যালয়ৰ ৭ গৰাকী ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল আৰু সেইদিনাৰ পৰাই ২৯ নৱেম্বৰৰ দিনটোক "সাতভনী" দিৱস হিচাপে বি এইচ মহাবিদ্যালয়ৰ পৰিয়ালে পালন কৰি আহিছে । তেওঁলোকৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
B.H. College, Howly
যুৱ জাগৰণ মঞ্চ বি এইচ মহাবিদ্যালয়
Ankur Joyti Nath

17/10/2024

সকোলোলৈ কাতি বিহুৰ ওলগ জনালোঁ ।

03/10/2024

কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদ প্ৰদান কৰিলে ।

Address

Barpeta Road
Barpeta Road

Website

Alerts

Be the first to know and let us send you an email when Ankur Nath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share