RONYY R DAS

RONYY R DAS 1M.

followers

Welcome to My page,
আগবাঢ়ি যাব কাৰণে আপোনালোকৰ
যথেষ্ট সহায় লাগিব, Suport কৰিব।।
Mini vlogs//reel created//
funny reels//Comedy reels//
Instagram username

2nd facebook account
R Das

জৰুৰী নহয় যে প্ৰতিজন ভাঙি পৰা মানুহ কান্দি থকা অৱস্থাতে দেখা পাব,হাঁহি থকা মুখবোৰৰ ভিতৰতো গভীৰ বিষ লুকাই থাকে। ❤️    🍃💚...
14/08/2025

জৰুৰী নহয় যে প্ৰতিজন ভাঙি
পৰা মানুহ কান্দি থকা অৱস্থাতে দেখা পাব,
হাঁহি থকা মুখবোৰৰ ভিতৰতো গভীৰ বিষ লুকাই থাকে।
❤️ 🍃💚📸

জৰুৰী নহয় যে প্ৰতিজন ভাঙি পৰা মানুহ কান্দি থকা অৱস্থাতে দেখা পোৱা যাব,
14/08/2025

জৰুৰী নহয় যে প্ৰতিজন ভাঙি পৰা মানুহ কান্দি থকা অৱস্থাতে দেখা পোৱা যাব,

বেলেগৰ ভৰিত পৰি সফলতা লাভ কৰাতকৈ, নিজৰ ভৰিত থিয় হৈ নিজৰ ভৱিষ্যতটো সুৰক্ষিত কৰা দৰকাৰ। ❤️🤟.   ❤️    🍃💚📸
13/08/2025

বেলেগৰ ভৰিত পৰি সফলতা লাভ কৰাতকৈ,
নিজৰ ভৰিত থিয় হৈ নিজৰ ভৱিষ্যতটো
সুৰক্ষিত কৰা দৰকাৰ। ❤️🤟.
❤️
🍃💚📸

08/08/2025

খঙে মানুহক অন্ধ কৰে, লোভে মানুহক সংকীৰ্ণ কৰে আৰু হিংসাই মানুহক ধ্বংস কৰে 🙄😢👎💥

07/08/2025

জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়, ইয়াক সহজ কৰি ল’বলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি ।

05/08/2025

ভদ্ৰতাৰ আন‌এটা নাম হৈছে দুৰ্বলতা, তুমি যিমানেই ভদ্ৰ হবা আনে তোমাক সিমানেই দুৰ্বল ভাবিব ।

04/08/2025

জীৱনত অহা বেছি ভাগ মানুহেই অস্থায়ী। কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে ।

Address

Barpeta Road
Barpeta Road

Website

Alerts

Be the first to know and let us send you an email when RONYY R DAS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category