BAKSA LIVE 24 Digital

BAKSA LIVE 24 Digital সত্যৰ পক্ষত, শুদ্ধ ৰূপত আৰু জনতাৰ স্বাৰ্থত

Subscribe on YouTube👇 https://www.youtube.com/

11/06/2026

📌বাক্সাৰ সাউদৰভিঠাৰ দক্ষিণ বিজনী আদৰ্শ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভয়ংকৰ মাৰপিটৰ ঘটনা।

📌বিদ্যালয়খনৰ ছাত্ৰৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা।

11/06/2026

📌বেঁকী নৈৰ অসম্পূৰ্ণ মথাউৰি নিৰ্মাণৰ কামত তৎপৰতা।
📌অবৈধ খননৰ বিৰুদ্ধে কঠোৰ বাৰ্তা ৰঞ্জিত কুমাৰ দাসৰ।

11/06/2026

📌 বাক্সাৰ গোৱৰ্দ্ধনাত আমছুৰ ১ ঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ।

📌 বাক্সা জিলা আমছুৰ উদ্যোগত আৰু গোৱৰ্দ্ধনা আঞ্চলিক আমছুৰ সহযোগত ৰূপায়ণ হয় এই কাৰ্যসূচী।

11/06/2026

📌বাক্সাৰ শিমলাত বাক্সা জিলা মাষ্টাৰ্ছ এথলেটিকছ এছ'ছিয়েচনৰ প্ৰতিষ্ঠা দিৱস উদযাপন।

09/06/2026

📌ব্লেক পেন্থাৰ চাবলৈ মানাহত উপস্থিত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া।
📌স্বচক্ষে ব্লেক পেন্থাৰ প্ৰত্যক্ষ কৰি আপ্লুত বিধায়কগৰাকী।

08/06/2026

📌মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ ভিৰ।
📌মানাহৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আনন্দত আত্মহাৰা পৰ্যটক।

07/06/2026


প্ৰৱল ভূমিকম্পৰ জোকাৰণি!
ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বাক্সা জিলাতো ভূমিকম্পৰ প্ৰৱল জোকাৰণি।

৫.৩ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল এছিয়া মহাদেশৰ কেইবাখনো দেশ।উচ্চ প্ৰাবল্যৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ভূটানৰ পুনাখা।ভূমিকম্পটোৱে জোকাৰি গ'ল ভাৰত,বাংলাদেশ, ভূটান,নেপাল,চীনক।

07/06/2026

📌মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুটা বিভাগীয় হাতীক অৱসৰ প্ৰদান, নতুনকৈ পাঁচটা হাতীক আদৰণি।
📌একে সময়তে ৰাষ্ট্ৰীয় উদ্যানখনত মুকলি কৰি দিয়া হ'ল দহটাকৈ বিলুপ্তপ্ৰায় নলগাহৰি।

📌বিশ্ব পৰিবেশ দিবস ৫ জুন ২০২৬।📌আজি বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জেহেৰুল ইছলামে বিশেষভাবে দৃষ্টি ৰখা ডুমুনি চাহ ব...
05/06/2026

📌বিশ্ব পৰিবেশ দিবস ৫ জুন ২০২৬।
📌আজি বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জেহেৰুল ইছলামে বিশেষভাবে দৃষ্টি ৰখা ডুমুনি চাহ বাগিচা আদৰ্শ বিদ্যালয়ত চৰকাৰী নিৰ্দেশনা পালন কৰি ছাত্ৰ -ছাত্ৰী সকলক লগত লৈ চাহ অধ্যুষিত ছাত্ৰ -ছাত্ৰী সকলৰ মাজত পৰিবেশৰ সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বিশ্ব পৰিবেশ দিবস উদযাপন কৰা হয়।

05/06/2026

📌 মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰিৱেশ দিৱস উদযাপন।
📌মানাহ জীপ ছাফাৰি সংস্থা, মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষ, দব্লিউ দব্লিউ এফ আৰু মিউজৰ উদ্যোগত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস।

Address

Basbari, Manas, Baksa, Barpeta Road
Barpeta Road
781315

Alerts

Be the first to know and let us send you an email when BAKSA LIVE 24 Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share