Musharaf Explain

Musharaf Explain Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Musharaf Explain, Video Creator, Kharichala, Barpeta Road, Barpeta Road.

Musharaf Explain যিকোনো বাতৰি, যিকোনো অঘটন সহজ ভাষাত ব্যাখ্যা কৰাৰ এক সামাজিক উদ্যোগ।
আমাৰ লক্ষ্য হৈছে—

গাঁও-চহৰৰ সৰু-ডাঙৰ ঘটনাবোৰক সঠিক তথ্যৰ সৈতে জনসাধাৰণলৈ আগবঢ়োৱা,

বাতৰিবোৰৰ পৃষ্ঠতলীয়া সত্য উলিয়াই আনি সকলোৱে বুজিব পৰা ভাষাত দৰ্শন দিয়াৰ চেষ্টা কৰা।

20/05/2026

দীপৰ বিল Deepor Beel

04/05/2026

25 নং পাকাবেতবৰী Live ভোট গণনা Musharaf Explain

03/05/2026

Guwahati ত বৰষুণ দিলে নালা নৰ্দমা কিন্তু বন্ধ হৈ যায়

29/04/2026

Guwahati Traffic 🚦

20/04/2026

Guwahati City Weather 🌡️ Assam Big Problem

16/04/2026

Guwahati Chocklet Warehouse

07/04/2026

অসমত প্ৰচণ্ড ধুমুহা বতাহ আহিব।
অসমত নিৰ্বাচন

16/03/2026

সমাগত ২০২৬ বিধানসভা নিৰ্বাচন পৰৱৰ্তী ৰাজ্যৰ মুখ্যমন্ত্ৰী কোন হব।

15/03/2026

Fakhruddin Ali Ahmed Medical College and Hospital

এইটো হস্পিতাল অসমৰ Barpetaত আছে। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি Fakhruddin Ali Ahmedৰ নামত এই হস্পিতালটো ৰখা হৈছে।


07/03/2026

Garchak Pamohi Road Vegitable Market ৰাস্তাত প্ৰৱেশ নকৰিব।

Address

Kharichala, Barpeta Road
Barpeta Road

Website

Alerts

Be the first to know and let us send you an email when Musharaf Explain posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category