ABC News Assam

ABC News Assam Digital News Platform.

13/08/2026

বৰপেটাৰোডত ‘মনে প্ৰাণে ত্ৰিৰংগা, ঘৰে ঘৰে ত্ৰিৰংগা’ শীৰ্ষক ত্ৰিৰংগা যাত্ৰা।

13/08/2026

📌নগাঁৱৰ প্ৰাৰ্থী ঘোষণা কৰাক লৈ আজমলক ধন্যবাদ ৰেজাউল কৰিম সৰকাৰৰ
📌কংগ্ৰেছে কেৱল নিয়াৰ বিপৰীতে এইবাৰ দিয়াৰ ক্ষেত্ৰত আগভাগ লওঁক
📌কংগ্ৰেছে এইবাৰ AIUDF ক সমৰ্থন কৰি বিজেপিৰ টেগ আঁতৰাওক

শিৱসাগৰৰ পৰা নগাঁও উপ নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা মৌলানা বদৰুদ্দিন আজমলৰ
13/08/2026

শিৱসাগৰৰ পৰা নগাঁও উপ নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা মৌলানা বদৰুদ্দিন আজমলৰ

11/08/2026

➡️ মহানুভৱতাৰ আন এক নিদৰ্শন
➡️ আৰ্তজনৰ কাষত BTC প্ৰধান হাগ্ৰামা মহিলাৰী
➡️ বাটতে কনভয় ৰখাই দুই বৃদ্ধা আইতাৰ কাষত হাগ্ৰামা মহিলাৰীয়ে
➡️ আইতাৰ মুখত শুনিলে জীৱন-জীৱিকাৰ কাহিনী
➡️ দুই আইতাক থিতাতে আগবঢ়ালে সহায়ৰ হাত

08/08/2026

বৰপেটাৰোডৰ শিমলাগুৰীত ভয়ংকৰ পথ দুৰ্ঘটনাঃ কথমপি প্ৰাণ ৰক্ষা চালকৰ, পলায়ন কৰা ডাম্পাৰক ৰাইজে কৰিলে আটক।

08/08/2026

🚨 বিশিষ্ট সমাজকৰ্মী হুছেইন মনছুৰীৰ নামত সক্ৰিয় হৈ পৰিছে চাইবাৰ প্ৰৱঞ্চকৰ চক্ৰ!
🚨 অসমবাসীলৈ বিশেষ আহ্বান বিশিষ্ট সমাজকৰ্মীগৰাকীৰ

08/08/2026

কাজিৰঙাত বিশেষ গঁড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱস।

08/08/2026

📌 বৰপেটাৰোডত খাদ্য সুৰক্ষা বিভাগৰ অভিযান!
📌 খাদ্য সুৰক্ষা বিভাগে চিল কৰিলে অনুজ্ঞাপত্ৰ বিহীন ফাৰ্মাচী, অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া।

08/08/2026

শিৱসাগৰৰ বানপীড়িতৰ কাষত বক্সাৰ লাভলীনা বৰগোঁহাই, বিতৰণ কৰিলে সাহায্য সামগ্ৰী।

Address

Barpeta Road
Barpeta Road
781315

Website

Alerts

Be the first to know and let us send you an email when ABC News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

l="false"> Add listing
  • Login
  • Subscribe

    We will notify you when anything happens in Barpeta Road.