Saha Ali FC

Saha Ali FC Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Saha Ali FC, Digital creator, Barpeta Road, Barpeta Road.

15/08/2026
খুবেই প্ৰশংসনীয় আৰু আদৰণীয় পদক্ষেপ। 👏❤️ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ সপোন পূৰণৰ ক্ষেত্ৰত এনে সহায়-সহযোগিতাই তেওঁলোকক যথে...
15/08/2026

খুবেই প্ৰশংসনীয় আৰু আদৰণীয় পদক্ষেপ। 👏❤️
ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ সপোন পূৰণৰ ক্ষেত্ৰত এনে সহায়-সহযোগিতাই তেওঁলোকক যথেষ্ট উৎসাহিত কৰিব। 🎓✨
দুয়োগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যতৰ শুভকামনা জনালোঁ। 💐
শিক্ষাৰ ক্ষেত্ৰত এনে ইতিবাচক পদক্ষেপ আগলৈও অব্যাহত থাকক। 🙏

🇮🇳✨ ৮০তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা ✨🇮🇳ত্যাগ, সাহস আৰু অগণন বীৰৰ আত্মবলিদানৰ বিনিময়ত অৰ্জন কৰা আমাৰ স্বাধীনতাৰ ৮০...
15/08/2026

🇮🇳✨ ৮০তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা ✨🇮🇳

ত্যাগ, সাহস আৰু অগণন বীৰৰ আত্মবলিদানৰ বিনিময়ত অৰ্জন কৰা আমাৰ স্বাধীনতাৰ ৮০টা গৌৰৱময় বছৰ। আহক, এই পৱিত্ৰ দিনটোত দেশৰ প্ৰতি আমাৰ দায়িত্ব, ঐক্য আৰু ভাতৃত্ববোধ অধিক শক্তিশালী কৰাৰ সংকল্প লওঁ।
🇮🇳 ত্ৰিৰংগা আমাৰ গৌৰৱ
🤝 ঐক্য আমাৰ শক্তি
❤️ ভাৰত আমাৰ গৌৰৱ
৮০তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা।
🇮🇳 জয় হিন্দ! বন্দে মাতৰম! 🇮🇳.

#স্বাধীনতা_দিৱস ্বাধীনতা_দিৱস #জয়_হিন্দ #বন্দে_মাতৰম #ভাৰত_মোৰ_দেশ #দেশপ্ৰেম #ত্ৰিৰংগা #ভাৰত 🇮🇳

🇮🇳 এই ১৫ আগষ্টত আপোনাৰ এখন Selfie-য়ে জিকিব পাৰে ₹১,০০০! 🏆📸ত্ৰিৰংগাৰ সৈতে আপোনাৰ Original Photo পঠিয়াওক আৰু অংশগ্ৰহণ কৰ...
13/08/2026

🇮🇳 এই ১৫ আগষ্টত আপোনাৰ এখন Selfie-য়ে জিকিব পাৰে ₹১,০০০! 🏆📸

ত্ৰিৰংগাৰ সৈতে আপোনাৰ Original Photo পঠিয়াওক আৰু অংশগ্ৰহণ কৰক—

🇮🇳 BEST TIRANGA SELFIE COMPETITION 2026 🇮🇳

🥇 ₹1,000 + Certificate
🥈 ₹500 + Certificate
🥉 ₹250 + Certificate

📲 Photo Send: 9401576518

📌 Winner হ’বলৈ Like, Comment, Share & Follow কৰাটো Mandatory।
⚠️ এই ৪টা শর্ত পূৰণ নকৰিলে Participant Winner হিচাপে বিবেচিত নহ’ব।
⚠️ AI Photo / AI Editing সম্পূৰ্ণ নিষিদ্ধ।
❌ AI ব্যৱহাৰ কৰা বুলি ধৰা পৰিলে Entry Reject কৰা হ’ব।

🇮🇳 Show Your Patriotism • Jai Hind! 🇮🇳

Organised by:
🇮🇳 11 No. Bunmaja VCDC

13/08/2026

কিছু মানুষ সাপের থেকেও ভয়ংকর! 🐍
তাই মানুষ চিনে চলুন।
🌙 শুভ রাত্রি | GOOD NIGHT

13/08/2026

আগষ্ট ২০২৬ — Orunodoi 3.0-ৰ Payment Failed Beneficiary List

ইয়াৰ দ্বাৰা অৱগত কৰা হৈছে যে Orunodoi 3.0-ৰ আগষ্ট ২০২৬ মাহৰ সুবিধাৰ ধন ১০ আগষ্ট ২০২৬ তাৰিখে ১ আগষ্ট ২০২৬লৈকে পূৰ্বতে payment failed হোৱা ২.৪৭ লাখ হিতাধিকাৰীলৈ পুনৰ প্ৰেৰণ (repush) কৰা হৈছিল।

১০ আগষ্ট ২০২৬ তাৰিখলৈ পুনৰ payment failed হোৱা হিতাধিকাৰীসকলৰ জিলাভিত্তিক তালিকা সংলগ্ন কৰা হৈছে। এই payment failure-ৰ মূল কাৰণ হৈছে হিতাধিকাৰীসকলৰ Aadhaar নম্বৰ তেওঁলোকৰ বেংক একাউণ্টৰ সৈতে seed/link নোহোৱা।

সেয়েহে, সংশ্লিষ্ট হিতাধিকাৰীসকলৰ Aadhaar নম্বৰ নিজ নিজ বেংক একাউণ্টৰ সৈতে অতি শীঘ্ৰে seed/link কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াৰ ফলত ভৱিষ্যতে ধন প্ৰেৰণৰ সময়ত payment failure এৰাই সফলভাৱে transaction সম্পন্ন হোৱাটো নিশ্চিত কৰিব পৰা যাব।

শুভেচ্ছান্তে,
Finance (IF) Department
copy 11 No Bunmaja VCDC

🇮🇳 স্বাধীনতাৰ ৮০ বছৰীয়া গৌৰৱময় যাত্ৰা 🇮🇳ত্যাগ, সাহস আৰু অগণন বীৰৰ আত্মবলিদানৰ ফলত লাভ কৰা আমাৰ এই স্বাধীনতা সদায় অক্ষুণ্...
13/08/2026

🇮🇳 স্বাধীনতাৰ ৮০ বছৰীয়া গৌৰৱময় যাত্ৰা 🇮🇳

ত্যাগ, সাহস আৰু অগণন বীৰৰ আত্মবলিদানৰ ফলত লাভ কৰা আমাৰ এই স্বাধীনতা সদায় অক্ষুণ্ণ থাকক।
আহক, স্বাধীনতাৰ মূল্যবোধক সন্মান জনাই ঐক্য, শান্তি, উন্নয়ন আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ সংকল্প লওঁ।

✨ ১৫ আগষ্ট ২০২৬ — স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।
🇮🇳 জয় হিন্দ | বন্দে মাতৰম 🇮🇳

শুভেচ্ছান্তে — ১১ নং বুনমাজা VCDC

🍚 জনসাধাৰণৰ বাবে পুনৰ সুলভ মূল্যত মচুৰ দাইল আৰু চেনি 🥣খাদ্য সুৰক্ষাৰ জৰিয়তে জনসাধাৰণৰ পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে ম...
10/08/2026

🍚 জনসাধাৰণৰ বাবে পুনৰ সুলভ মূল্যত মচুৰ দাইল আৰু চেনি 🥣

খাদ্য সুৰক্ষাৰ জৰিয়তে জনসাধাৰণৰ পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ ‘অন্ন সেৱা দিন’ কাৰ্যসূচীৰ অধীনত সুলভ মূল্যৰ দোকানত মচুৰ দাইল আৰু চেনি বিতৰণৰ আঁচনি পুনৰ আৰম্ভ কৰা হ’ব।

জনসাধাৰণৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাটো অসম চৰকাৰৰ অন্যতম প্ৰধান অগ্ৰাধিকাৰ।

জনতাৰ কল্যাণ, আমাৰ দায়িত্ব।
🌾 ১১ নং BONMAJA VCDC

Address

Barpeta Road
Barpeta Road
2573

Alerts

Be the first to know and let us send you an email when Saha Ali FC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share