A LIVE ASSAM

A LIVE ASSAM শুদ্ধ খবৰ সঠিক ৰূপত

শ্বিয়াৰ কৰক আৰু আগুৱাই আহক...
02/08/2026

শ্বিয়াৰ কৰক আৰু আগুৱাই আহক...

26/07/2026

পৰীক্ষা ব্যৱস্থাত ডাঙৰ সংস্কাৰৰ পদক্ষেপ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাক অধিক স্বচ্ছ, ন্যায়সংগত, আধুনিক আৰু বিশ্বাসযোগ্য কৰি তুলিবলৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

এই উদ্দেশ্যে শ্ৰী নন্দন নিলেকানীৰ নেতৃত্বত পৰীক্ষা সংস্কাৰৰ বাবে এখন উচ্চস্তৰীয় শক্তিশালী টাস্ক ফ'ৰ্চ (High Powered Task Force) গঠন কৰা হৈছে।

এই টাস্ক ফ'ৰ্চে পৰীক্ষা ব্যৱস্থাৰ উন্নয়ন, প্ৰযুক্তিৰ ব্যৱহাৰ, স্বচ্ছতা বৃদ্ধি আৰু সংস্কাৰৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়াব।

18/07/2026

পিঁয়াজ লৈ যদি চৰকাৰ ভাঙি যাব পাৰে তেন্তে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত লৈ চৰকাৰে কিয় আমাৰ কথা নুশুনিব। আৰু কি কি গুৰুত্বপূৰ্ণ কথা কলে সোনম ৱাংচুক

13/07/2026

বিজনীত বাঁহৰ সাঁকোৰ সলনি পকী দলঙৰ দাবী বিধানসভাত উত্থাপন।
বিজনীৰ যাতায়ত ব্যৱস্থা উন্নয়নৰ দাবীত সদনত বিধায়ক অৰূপ কুমাৰ দে'।

10/07/2026

বিজনীক সমজিলাৰ মৰ্যাদা প্ৰদানৰ দাবীত বিধানসভাত সৰৱ বিধায়ক অৰূপ কুমাৰ দে

27/06/2026

URGENT: Help us find Anowar Hussain. He went missing while traveling from Barpeta to Bangalore. Every share counts in bringing him home safely. If you have any information, please call +91 87539 95352 immediately.

26/06/2026

🛑বৰপেটাৰ কয়াকুছিত আৰম্ভ উমৰাহ আৰু হাজ্জ যাত্ৰাৰ বুকিং।
🛑 H. Jannat International Umrah & Hajj Travels-ৰ নতুন কাৰ্যালয় মুকলি।


















26/06/2026

🛑উমৰাহ আৰু পবিত্ৰ হজ কৰিবলৈ যাব বিচৰা লোক সকলৰ বাবে ভাল খবৰ।
🛑বৰপেটাৰ ধাৰী নগৰী কয়াকুছিত উমৰাহ আৰু হাজ যাত্ৰাৰ বাবে আৰম্ভ হৈছে বুকিং প্ৰক্ৰিয়া।
✈️ H. Jannat International Umrah & Hajj Travels-এ আৰম্ভ কৰিছে বুকিং প্ৰক্ৰিয়া।
H. Jannat International Umrah & Hajj Travels-ৰ যোগাযোগ নম্বৰ- 9101897855 আৰু 9395453621

কাৰ্যালয়ৰ ঠিকনা -
H. Jannat International Umrah & Hajj Travels শ্বৰীফ মাৰ্কেটৰ বিপৰীত দিশত থকা এ. এম. খান মাৰ্কেট, কয়াকুছি বজাৰ।

24/06/2026

🛑PM Kisanৰ নামত প্ৰতাৰণাৰ অভিযোগ!
👉 ৩-৪ হাজাৰ টকা লৈ উধাও অভিযুক্ত!
👉 বনবাহাৰত ৰাইজৰ ক্ষোভ, জবাবদিহি খাইৰুলক!

24/06/2026

ঠক বাজ।

Address

Barpeta-Kayakuchi-Bhawanipur
Barpeta
781352

Telephone

+919957755593

Website

Alerts

Be the first to know and let us send you an email when A LIVE ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to A LIVE ASSAM:

Shortcuts

Share