KPA LIVE

KPA LIVE KPA LIVE

31/08/2026

বৰ্তমান সময়ত গাওঁ পঞ্চায়ত সচিব,GRS ,GPC,Tex
Collector সকলক বদলিকৰণ কৰি আছে । ইয়াৰ কাৰণ কোনোবাই জানেনে??

30/08/2026

KPA LIVE ৰ মুকলি মন,বিশাল পৃথিৱী " অনুষ্ঠানত " স্কীল বিষয়ত আলোচনা "বিশিষ্ট লেখক তালেবৰ ৰহমানৰ সৈতে বাৰ্তালাপ ।

(তৃতীয় খণ্ড)

29/08/2026

উৎকট গৰম

28/08/2026

চাকৰি কৰি থকা সময়ত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল আৰু সেই সময় কেনেকৈ অতিবাহিত কৰিছিল শুনক। আমাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত আছে অৱসৰী শিক্ষক তালেবৰ ৰহমান । সম্পুৰ্ণ সাক্ষাৎকাৰ শুনক আৰু আপুনি সমস্যাৰ পৰা মুক্তি লাভ কৰক ।

27/08/2026

নেপালৰ প্ৰলয়ংকাৰী বানে উটুৱাই নিলে দলং ।

26/08/2026

KPA LIVE ৰ"" মুকলি মন,বিশাল পৃথিৱী ""অনুষ্ঠানত বিশিষ্ট কবি, সাহিত্যিক,লেখক,অৱসৰী শিক্ষক তালেবৰ ৰহমানৰ সৈতে বাৰ্তালাপ অনুষ্ঠান ।

খণ্ড নং ১

25/08/2026

APL খেলত বৰপেটা দলৰ খিতাপ অৰ্জন । বৰপেটা জিলা পুথিভৰাল প্ৰেক্ষাগৃহত ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন ।

24/08/2026

জিলা প্ৰশাসনে ই- ৰিক্সাৰ কিছু ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাত সাধাৰণ ৰাইজৰ ওপৰত ৰাম টাঙোন ।ভাড়া বৃদ্ধি ই -ৰিক্সাৰ,নিৰৱ পৰিবহন ।

24/08/2026

বৰপেটাৰ কুজাৰপীঠত ৰাইজৰ হাতত আটক গৰু চোৰ ।সাঙোৰ খাইছে বৰবালাৰ গৰু ব্যৱসায়ী হানিফ আলীৰ নাম ।গৰু ব্যৱসায়ৰ নামত একাংশ ই চলাইছে নেকি চুৰি কাণ্ড ।

23/08/2026

বেকী নদীৰ ওপৰত থকা কৰাৰকুৰ দলংৰ ব্যৱহাৰৰ উপযোগী হোৱাত মন্দিয়া সমষ্টিৰ বিধায়ক শেৰমান আলী আহমেদে শুভ উদ্বোধন কৰে ।

Address

BARPETA
Barpeta
781352

Website

Alerts

Be the first to know and let us send you an email when KPA LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to KPA LIVE:

Shortcuts

Share