18/09/2026
👉আৰ্থিক অনাটনৰ বাবে অসহায় এগৰাকী দৰিদ্ৰ লোক।
👉এক দূৰ্ঘটনাত মেৰুদণ্ড ভাঙি চিকিৎসাৰ অভাৱত কষ্টৰে জীৱন পাৰ কৰিছে লোকজনে ।
👉কলগাছিয়াৰ খন্দকাৰ আশ্ৰাফুল মামুনৰ লগতে মৌলনা বদৰুদ্দিন আজমলৰ সহায় বিচাৰিছে অসহায় লোকজনে।
👉লোকজনৰ ঘৰ কলগাছিয়াৰ মোৱামাৰী চৰত