Time20

Time20 বিভিন্ন ধৰণৰ বা-বাতৰি বাবে যোগাযোগ কৰক 6000377219

31/10/2025
30/10/2025

বৰপেটাৰ মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনক কে*ন্দ্ৰ কৰি নিশা ভাগতো উ*ত্ত*প্ত পৰি*স্থিতি।

কলেজ খনৰ নিৰ্বাচন আয়োগে সাময়িকভাৱে নিৰ্বাচন স্থগিত ৰখাত পোনৰ পৰিস্থিতি উ*ত্ত*প্ত হৈছে।

30/10/2025

জনীয়াস্থিত আঞ্চলিক হাইস্কুল বাকৰিত আজি অসমৰ হিয়াৰ আমঠু হাৰ্টথ্ৰ'ৱ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু ন্যায় সমাৱেশ কাৰ্যসূচীৰ আয়োজন কৰে।

30/10/2025

Online Ticket booking ☎️ 6000377219

প্ৰথম পুৰস্কাৰ ডিফেণ্ডাৰ
26/10/2025

প্ৰথম পুৰস্কাৰ ডিফেণ্ডাৰ

26/10/2025

বৰদলনী যুৱ সংঘৰ উদ্যোগত ২ দিনীয়া কাৰ্য্যসূচিৰে ক্ৰিকেট খেল প্ৰতিযোগীতা।

খেলখন চলিত মাহৰ ২৭ আৰু ২৮ দুদিনীয়া কাৰ্যসূচিৰে ৪ নং বৰদলনী গাৱত দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হব প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগীতা। প্ৰাইজমানী ক্ৰিকেট খেলখনত ১০০১ টকা ভৰ্তি মাচুল জমা দি অংশ গ্ৰহন কৰিব লাগিব খেল খনত।
প্ৰথম পুৰস্কাৰ হিচাপে থাকিব ১২০০১ টকাৰ লগতে এখন ট্ৰফী আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে থাকিব ৮০০১ টকাৰ লগতে এখন ট্ৰফী। উক্ত খেলত ইচ্চুক ক্ৰিকেট দলক 7002161171 অথবা 8099223660 নম্বৰত যোগাযোগ কৰি ভৰ্তি হব পাৰিব বুলি পৰিচালনা সমিতিয়ে জনাইছে।

25/10/2025

কলগাছিয়াৰ পি এম শ্ৰী বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে অনিয়ম আৰু দূৰ্নীতিৰ বিৰুদ্ধে কৰা অভিযোগ নস্যাৎ অধ্যক্ষা আৰু পৰিচালনা সমিতিৰ সভাপতিৰ সংবাদমেল

25/10/2025

প্ৰতিবাদ

25/10/2025

আপোনাৰ 'মম' গাড়ী প্ৰয়োজন হৈছে নেকি তেনেহলে কলগাছিয়াৰ লাচাঙ্গাৰ গাঁৱৰ ছালাম আলীৰ লগত যোগাযোগ কৰক 9957101547

24/10/2025

জুবিন গাৰ্গৰ ন্যায়‌ সমদলত একাংশই অৰুণোদয় আঁচনিৰ বাবে আহিলে।কিন্তু বাইদেউ মন্তব্য টো এবাৰ শুনিব

বৰাকত মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
24/10/2025

বৰাকত মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Address

Barpeta
781319

Alerts

Be the first to know and let us send you an email when Time20 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Time20:

Share