19/09/2025
“ জুবিন দা " বিশ্বাস কৰিব পৰা নাই যে আপুনি আমাৰ মাজত নাই 😭 ইমান সোনকালে আপুনি যে আমাক এনেকৈ এৰি থৈ যাব সপোনত টো ভবা নাছিলোঁ 🥺 এনেকুৱা লাগি আছে যে আপুনি আমাৰ কাষত আছে আৰু “ জুবিন দা ” আপুনি যতে আছে ভালে থাকক কুশলে থাকক তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ 🙏 আপোনাৰ আত্মাই চিৰ শান্তি লাভ কৰক 🙏 ওমঃ শান্তি 🌸🙏😭
゚viralシ