All exam prep centre

All exam prep centre This page will help you in preparing .0 exam, , and other competitive examination.

*আপাৰ কাৰ্ডৰ পঞ্জীয়ন*        দেৱজিৎ ছাৰৰ এইকেইদিন মূৰ তুলিবলৈও সময় নাই। ক্লাছটো কৰি আহিয়েই নথি পত্ৰ আৰু হাতত মোবাইল টো...
21/11/2024

*আপাৰ কাৰ্ডৰ পঞ্জীয়ন*
দেৱজিৎ ছাৰৰ এইকেইদিন মূৰ তুলিবলৈও সময় নাই। ক্লাছটো কৰি আহিয়েই নথি পত্ৰ আৰু হাতত মোবাইল টো লৈ বহি যায়। বিদ্যালয়ত সোমায়েই কাৰ কাৰ "ইউ ডাইছ" ৰ নামৰ লগত আধাৰৰ নাম মিলা নাই কাৰ জন্মৰ তাৰিখ মিলা নাই কাৰ ফোন নম্বৰ নাই এইবোৰেই চিন্তা কেৱল। আজিও গোটেই নথি পত্ৰৰ ফাইলটো মেলি বঢ়িছে।তেনেতে গগৈ ছাৰ সোমাই আহে।
"কি হে ডেকা লৰা, ইমানকৈ কি মোবাইল টিপি আছা? চাবা আকৌ গাৰ্জেনে কেনেবাকৈ দেখিলে কব ছাৰে ক্লাছ নকৰে মোবাইল টিপি থাকে।"
"এহ ছাৰ আপুনিও কৰিব লাগিব ৰ'ৱ। কোনো সাৰিব নোৱাৰে। এই আপাৰ আই. ডি ( APAAR ID) পঞ্জীয়নৰ নিৰ্দেশ আহিছে নহয়। বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীৰ আপাৰৰ বাবে পঞ্জীয়ন কৰিব লাগিব।"
"অহ ৰ'বাচোন, কি আপাৰ দিপাৰ হে? সিদিনা নিৰ্দেশনা পত্ৰ খন দেখিলোঁ, বুজায় কোৱা চোন অলপ।
"হাহা , APAAR হৈছে automated permanant academic account registry অৰ্থাৎ ই এক স্বয়ংক্ৰিয় আৰু স্থায়ী শৈক্ষিক খাতাৰ পঞ্জীয়ন। ভাৰতৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে ডিজাইন কৰা ই এক বিশেষ চিনাক্তকৰণ ব্যৱস্থা। এই পদক্ষেপ ২০২০ চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সৈতে সংগতি ৰাখি চৰকাৰে আৰম্ভ কৰা ‘এক জাতি, এক ছাত্ৰ আইডি’ কাৰ্যসূচীৰ অংশ।"
" অহ হয় নেকি? বাৰু এই APAAR ৰ লাভালাভ কি?"
"APAAR ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ অগ্ৰগতি অনুসৰণ আৰু শৈক্ষিক অভিলেখ সুশৃংখলিত কৰি শিক্ষাৰ ক্ষেত্ৰত জবাবদিহিতা আৰু স্বচ্ছতা নিশ্চিত কৰিব পৰা যাব। ই দক্ষতা বৃদ্ধি কৰে, দ্বৈততা আঁতৰায়, প্ৰৱঞ্চনা কম কৰে। কেৱল শৈক্ষিক ক্ষেত্ৰতেই নহয় ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ বাবে সহ-পাঠ্যক্ৰমৰ কৃতিত্বও অন্তৰ্ভুক্ত কৰে।পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ ছাত্ৰীযে সকলো প্ৰমাণপত্ৰ সংৰক্ষণ কৰাৰ পৰিবৰ্তে APAAR ID শ্বেয়াৰ কৰাৰ বাহিৰে কোনো অতিৰিক্ত প্ৰমাণপত্ৰ প্ৰদান কৰাৰ প্ৰয়োজন নাই, গতিকে প্ৰমাণপত্ৰৰ হাৰ্ড কপি হেৰুৱাৰ কোনো ভয় নাথাকিব। এখন বিদ্যালয়ৰ পৰা আনখন বিদ্যালয়লৈ বদলি, প্ৰৱেশ পৰীক্ষা, নামভৰ্তি, চাকৰিৰ আবেদন, দক্ষতা ইত্যাদি সকলো ক্ষেত্ৰতে আপাৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হব।"
"বাহ বৰ ভাল পদক্ষেপ দেখোন এইয়া। বাৰু এতিয়া APAAR ৰ পঞ্জীয়ন কৰিবলৈ কি কি যাৱতীয় তথ্য লাগিব কোৱাচোন।"
" ছাৰ APAAR ৰ বাবে প্ৰথমে ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলৰ আধাৰ, পেন, ভোটাৰ ID অথবা driving licence ৰ দৰে যিকোনো এটা ID ৰ প্ৰয়োজন। আৰু যিহেতু APAAR পঞ্জীয়নৰ বাবে চৰকাৰক অভিভাৱক সকলৰ পৰিচয় পত্ৰৰ সকলো তথ্য দিয়াৰ প্ৰয়োজন সেইবাবে অভিভাৱক সকলৰ পৰা সন্মতি পত্ৰত স্বাক্ষৰ লোৱাটো APAAR এক পূৰ্বচৰ্ত। তদুপৰি ছাত্ৰ ছাত্ৰী ৰ UDISE+ Unique Student Identifier (PEN), নাম, জন্ম তাৰিখ (DOB), লিংগ, মোবাইল নম্বৰ, মাতৃৰ নাম, পিতৃৰ নাম, আধাৰ অনুসৰি নাম, আধাৰ নম্বৰ আদিৰ প্ৰয়োজন। "
"তাৰ মানে আধাৰ অনুসৰি নাম জন্ম তাৰিখ আদি নিমিলিলেই আপাৰত খেলিমেলি লাগিব নহয় নে? হাহা: অহ্ আৰু এটা কথা নহয়, এই APAAR পঞ্জীয়ন কৰাৰ পিছত তাৰ স্থিতি কিদৰে জানিব পাৰিম?"
"ছাৰ APAAR ID সৃষ্টি হোৱাৰ লগে লগে ইয়াক ছাত্ৰৰ DigiLocker একাউণ্টলৈ লিংক কৰি দিয়া হয়। ছাত্ৰ জনৰ APAAR ID পঞ্জীয়নৰ স্থিতি কি UDISE+ Portal ৰ অন্তৰ্গত APAAR Module ত পৰীক্ষা কৰিব পাৰি। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ বিদ্যালয় কৰ্তৃপক্ষক তেওঁলোকৰ APAAR ID সৃষ্টিৰ অৱস্থা পৰীক্ষা কৰিবলৈ অনুৰোধ কৰিব পাৰে। লগতে ভাৰ্চুৱেল আই ডি কাৰ্ডও লাভ কৰিব পাৰে।"
" বৰ ভাল কথা হে। চাওঁ মোকো শিকাই দিয়াচোন। এই মোবাইলৰ পিটিকা কাম বোৰ কৰিলে চকু যোৰে বৰ আমনি কৰে। বোলো ৰিটায়াৰ হবলৈ কিমান দিন নো আছে, এতিয়া এইবোৰ আৰু চকু নিদিওঁ বুলি ভাবিছিলো। পিছে তুমি নো কিমান কৰিবা ইমান খিনি অকলে। দিয়া দিয়া মইও চেষ্টা কৰোঁ।"
" এৰা ছাৰ। আজিকালি শিক্ষকতাৰ চাকৰিত পঢ়াব নাজানিলেও মোবাইলৰ ব্যৱহাৰ জনাটো বাধ্যতামূলক হোৱা যেন লাগিছে। ঠিক আছে গগৈ ছাৰ মই আপোনাক দেখুৱাই দিওঁ আহক।"
বোলে আপাৰ আধাৰ খোলা সখা সৱ.. আপাৰ বিনে নিস্তাৰ নাই।
সঞ্চিতা শৰ্মা ফুকন,
সহ শিক্ষয়িত্ৰী,
দিল্লী চাহ বাগিচা আদৰ্শ বিদ্যালয়

20/11/2024

*✍️विदेशी पुस्तकें एवं उनके लेखक/Foreign books and their authors*

*Part 1❤️*

1. *द रिपब्लिक नामक पुस्तक किसने लिखी? / Who wrote the book The Republic?*
👉 प्लेटो (Plato)

2. *हैरी पोटर नामक पुस्तक किसने लिखी? / Who wrote the Harry Potter series?*
👉 जे. के. रॉलिंग (J.K. Rowling)

3. *दास कैपिटल नामक पुस्तक किसने लिखी? / Who wrote the book Das Kapital?*
👉 कार्ल मार्क्स (Karl Marx)

4. *स्ट्रगल ईज माई लाइफ नामक पुस्तक किसने लिखी? / Who wrote the book Struggle is My Life?*
👉 नैल्सन मंडेला (Nelson Mandela)

5. *डिवाइन कॉमेडी नामक पुस्तक किसने लिखी? / Who wrote the book The Divine Comedy?*
👉 दाँते (Dante)

6. *वार एण्ड पीस नामक पुस्तक किसने लिखी? / Who wrote the book War and Peace?*
👉 लियो टाल्सटाय (Leo Tolstoy)

7. *ओरिजीन ऑफ स्पेसीज नामक पुस्तक किसने लिखी? / Who wrote the book On the Origin of Species?*
👉 चार्ल्स डार्विन (Charles Darwin)

8. *मीन कैम्फ़ (मेरा संघर्ष) नामक पुस्तक किसने लिखी? / Who wrote the book Mein Kampf?*
👉 एडोल्फ हिटलर (Adolf Hi**er)

9. *मदर इंडिया नामक पुस्तक किसने लिखी? / Who wrote the book Mother India?*
👉 केथरीन मेयो (Katherine Mayo)

10. *मदर नामक पुस्तक किसने लिखी? / Who wrote the book Mother?*
👉 मेक्सिम गोर्की (Maxim Gorky)

11. *पाराडाइज लास्ट नामक पुस्तक किसने लिखी? / Who wrote the book Paradise Lost?*
👉 जॉन मिल्टन (John Milton)

12. *पाराडाइज रिगेंड नामक पुस्तक किसने लिखी? / Who wrote the book Paradise Regained?*
👉 जॉन मिल्टन (John Milton)

13. *द प्रिंस नामक पुस्तक किसने लिखी? / Who wrote the book The Prince?*
👉 मैकयावेली (Niccolò Machiavelli)

14. *पोलिटिक्स नामक पुस्तक किसने लिखी? / Who wrote the book Politics?*
👉 अरस्तु (Aristotle)

15. *ए टेल ऑफ टू सिटीज़ नामक पुस्तक किसने लिखी? / Who wrote the book A Tale of Two Cities?*
👉 चार्ल्स डिकेन्स (Charles Dickens)

16. *माई लाइफ: द रोड अहेड नामक पुस्तक किसने लिखी? / Who wrote the book My Life: The Road Ahead?*
👉 बिल क्लिंटन (Bill Clinton)

17. *ए पैसेज टू इंडिया नामक पुस्तक किसने लिखी? / Who wrote the book A Passage to India?*
👉 ई. एम. फोस्टर (E.M. Forster)

18. *वेल्थ ऑफ नेशंस नामक पुस्तक किसने लिखी? / Who wrote the book The Wealth of Nations?*
👉 एडम स्मिथ (Adam Smith)

19. *प्रिंसीपिया नामक पुस्तक किसने लिखी? / Who wrote the book Principia?*
👉 न्यूटन (Isaac Newton)

20. *एशियन ड्रामा नामक पुस्तक किसने लिखी? / Who wrote the book Asian Drama?*
👉 गुन्नार मिर्डल (Gunnar Myrdal)

মোৰ মতে, আমাক এইজন মানুহৰ বিষয়ে আলোচনা কৰিব লাগিব—ব্ৰায়ান জনচন, যাৰ এটি অতি বিশেষ মিছন আছে।এতিয়া চাওক... ৪৭ বছৰ বয়সৰ এই ...
20/11/2024

মোৰ মতে, আমাক এইজন মানুহৰ বিষয়ে আলোচনা কৰিব লাগিব—ব্ৰায়ান জনচন, যাৰ এটি অতি বিশেষ মিছন আছে।

এতিয়া চাওক... ৪৭ বছৰ বয়সৰ এই টেক মিলিয়নেয়াৰজনে বছৰত $২ মিলিয়ন খৰচ কৰি, বহুতো ডাক্তৰৰ সহায় ল’বলৈ আৰু আধুনিক বিজ্ঞান ব্যৱহাৰ কৰি নিজৰ দেহখন ১৮ বছৰীয়া এজন যুবকৰ দৰে ৰাখিবলৈ চেষ্টা কৰিছে!

আৰু তেওঁৰ এটা নতুন পৰীক্ষাৰ নাম আছিল PROJECT BABY FACE।

কিন্তু, ইয়াত এটা সমস্যা হৈছিল...

"প্ৰজেক্ট বেবি ফেচ"-ৰ লক্ষ্য আছিল মানুহে নিজৰ মুখৰ হেৰুৱা চামৰিৰ আয়তন পুনৰুদ্ধাৰ কৰিবলৈ মুখত চর্বি প্ৰৱেশ কৰালে নবীন চেহেৰাৰ দৰে দেখা পোৱা যায় নে সেয়া পৰীক্ষা কৰা।

ব্ৰায়ান জনচনে ক’লে, "ইঞ্জেকচন দিয়াৰ পিছত মোৰ মুখখন ফুলিবলৈ ধৰিলে। তাৰ পিছত অৱস্থা বেয়া হৈ গ’ল আৰু বেছি বেয়া হ’ল, যেতিয়ালৈকে মই দেখা বন্ধ কৰিলে। এইটো এটা ভয়ংকৰ এলাৰ্জিক প্ৰতিক্ৰিয়া আছিল।"

কিন্তু অবাক হোৱা কথাটো হ’ল: এই ভয়ংকৰ ঘটনা (যাৰ ফলত সাত দিনৰ পিছত তেওঁ সুস্থ হয়)ৰ পিছতো তেওঁ ইতিমধ্যেই তেওঁৰ পৰৱৰ্তী পৰীক্ষাৰ পরিকল্পনা কৰিছে!

আৰু মই জানো নাই আপুনিও কি ভাবিছে, কিন্তু তেওঁৰ স্বাস্থ্যৰ বাবে ভয় লাগিলেও, মই এইটোও ভাবি চমকিত আৰু অভিভূত যে এইজন ধনবান মানুহজনে বিজ্ঞানৰ বাবে নিজকে বলি দিছে।

এফালে ভাবিব পাৰি, "তেওঁ ঈশ্বৰজনক অভিনয় কৰিছে নেকি?" কিন্তু আনফালে, "তেওঁয়ে আন মানুহক পৰীক্ষাৰ কাৰণে ব্যৱহাৰ নকৰা (যা তেওঁ সহজে কৰিব পাৰিলেহেঁতেন) এটা ভাল কথা।"
এয়াও সত্য যে অতি ধনবান মানুহে সচৰাচৰ নিজৰ জীৱনক এনে ধৰণৰ সমস্যাৰ বাবে উৎসৰ্গা কৰা দেখা নাযায়।

যিকোনো ক্ষেত্রতেই... সত্য কথা হ’ল: আমিও বুঢ়া হ’বলৈ ভয় কৰোঁ। 👴

মই সঁচাকৈ আশা কৰোঁ, তেওঁৰ এই অত্যন্ত ব্যয়বহুল আৰু উচ্চাকাঙ্ক্ষী মিছনৰ জৰিয়তে ব্ৰায়ান জনচনে আমাৰ জীৱনৰ সময়চোৱাতেই কিছুমান জীবন-প্ৰৱল পৰিবৰ্তনকাৰী সমাধান উন্মোচন কৰিব।

আপোনাৰ মতামত কি? মই আপোনাৰ মতামত শুনিবলৈ আগ্ৰহী...

Project Nightfall

তোমাৰ ভুলটো স্বীকাৰ কৰিছা আৰু মনৰ ভাৱখিনি প্ৰকাশ কৰিছা বৰ ভাল লাগিছে।কিন্তু তোমাক শাস্তি দি থকা ভিডিঅ’টো দেখি আমি বহুত ক...
16/11/2024

তোমাৰ ভুলটো স্বীকাৰ কৰিছা আৰু মনৰ ভাৱখিনি প্ৰকাশ কৰিছা বৰ ভাল লাগিছে।কিন্তু তোমাক শাস্তি দি থকা ভিডিঅ’টো দেখি আমি বহুত কষ্ট পাইছোঁ।
আচলতে সকলো পুলিচ এনেকুৱা নহয়।বহুত ভাল মনৰ পুলিচো আমাৰ এইখন অসমত আছে।আমি সকলো পুলিচ বেয়া বুলি কোৱা উচিত নহয়।মই নিজেই বহুকেইজনৰ পুলিচৰ ল'গত কথা পাতি নাইবা সহায় কৰিও পাইছে।বহুত ভাল মনৰ পুলিচ আছে।

10/11/2024

10/11/2024

99% fail
✅ मोबाइल को हिंदी में क्या कहतें है?

09/11/2024

*✍️भारत में नदियों के किनारे बसे प्रमुख शहर/ Major cities situated on the banks of rivers in India*

1. *सूरत/Surat*
👉 ताप्ती नदी | Tapi River

2. *अहमदाबाद/Ahmedabad*
👉 साबरमती नदी | Sabarmati River

3. *उज्जैन/Ujjain*
👉 क्षिप्रा नदी | Kshipra River

4. *नासिक, नांदेड़/Nashik, Nanded*
👉 गोदावरी नदी | Godavari River

5. *हैदराबाद/Hyderabad*
👉 मूसी नदी | Musi River

6. *विजयवाड़ा/Vijayawada*
👉 कृष्णा नदी | Krishna River

7. *अयोध्या/Ayodhya*
👉 सरयू नदी | Saryu River

8. *कानपुर, पटना/Kanpur, Patna*
👉 गंगा नदी | Ganga River

9. *लखनऊ, जौनपुर/Lucknow, Jaunpur*
👉 गोमती नदी | Gomti River

10. *ग्वालियर, कोटा/Gwalior, Kota*
👉 चंबल नदी | Chambal River

11. *औरंगाबाद/Aurangabad*
👉 कोयना नदी | Koyna River

12. *मदुरै/Madurai*
👉 वैगाई नदी | Vaigai River

13. *बेलूर/Belur*
👉 यागची नदी | Yagachi River

14. *बद्रीनाथ/Badrinath*
👉 अलकनंदा नदी | Alaknanda River

15. *नई दिल्ली, आगरा, मथुरा/New Delhi, Agra, Mathura*
👉 यमुना नदी | Yamuna River

16. *कन्नौज/Kannauj*
👉 गंगा नदी | Ganga River

17. *कोलकाता/Kolkata*
👉 हुगली नदी | Hooghly River

18. *लुधियाना/Ludhiana*
👉 सतलज नदी | Sutlej River

19. *चेन्नई/Chennai*
👉 अड्यार नदी | Adyar River

20. *श्रीनगर/Srinagar*
👉 झेलम नदी | Jhelum River

21. *कटक/Cuttack*
👉 महानदी | Mahanadi River

22. *गोरखपुर/Gorakhpur*
👉 राप्ती नदी | Rapti River

23. *गुवाहाटी/Guwahati*
👉 ब्रह्मपुत्र नदी | Brahmaputra River

24. *हल्द्वानी, काठगोदाम/Haldwani, Kathgodam*
👉 गोला नदी | Gaula River

25. *पुणे/Pune*
👉 मूला नदी | Mula River

26. *पणजी/Panaji*
👉 मांडवी नदी | Mandovi River

27. *राउरकेला/Rourkela*
👉 ब्राह्मणी नदी | Brahmani River

28. *जबलपुर, भरूच नगर/Jabalpur, Bharuch City*
👉 नर्मदा नदी | Narmada River

08/11/2024

08/11/2024

✅Q-অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন আছিল❔

✅Q-অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন আছিল❔

08/11/2024

Thiruvananthapuram
থিরুবনন্থাপুৰ কোন ৰাজ্যৰ ৰাজধানী?

08/11/2024

Which country is the largest producer of wheat?

Address

Barpeta

Telephone

+19707260538

Website

Alerts

Be the first to know and let us send you an email when All exam prep centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to All exam prep centre:

Share