NE 24 AXOM

NE 24 AXOM People can always Fresh News

22/09/2025

বঙাইগাঁও বাসীৰ বাৱে সু-খবৰ।
বঙাইগাঁৱত প্ৰথমবাৰৰ বাৱে আয়োজন কৰা হৈছে Gravity Talent Search Examৰ।

20/09/2025

Defence world physical coaching centre কলগাছিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্তত জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।

02/09/2025

জনসমুদ্ৰত পৰিনত চিৰাং জিলাৰ কাজলগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদ। ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ প্ৰাৰ্থী, ১৫ নং কাজলগাঁও সমষ্টিৰ প্ৰাৰ্থী,১৬ নং নিচিমা সমষ্টিৰ প্ৰাৰ্থী আৰু ১৯ নং থুৰিবাৰী সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

19/08/2025

যোৱাকালি বঙাইগাঁও জিলাৰ কিশান বজাৰৰ
এছ এছ বি কেম্পৰ সমীপত বাইক আৰু XUV বাহনৰ ভয়ংকৰ পথ দুৰ্ঘটনা।

যোৱাকালি বঙাইগাঁও জিলাৰ কিশান বজাৰৰ
এছ এছ বি কেম্পৰ সমীপত এজন বাইক আৰোহী আৰু চাৰিচকীয়া বাহনৰ লগত মুখা-মুখি সংঘৰ্ষ হয় ফলত থিতাতে মৃত্যু বাইক আৰোহী জনৰ।

জানিব পৰা মতে XUV বাহন খনে ওলোটা পথেৰে অতি তিব্ৰ গতিত আহি আছিল।

বাইক আৰোহী জনৰ নাম ছাহাবুদ্দিন আলী।

তেওঁ চিৰাং জিলাৰ ৰৌমাৰী আৰক্ষী চকীৰ অন্তৰ্গত গেদাবজাৰৰ বাসিন্দা।

কি হ'ৱ বাইক আৰোহীৰ কণ কণ দুই সন্তানৰ?

এতিয়া গাৱৰ ৰাইজ আৰু পৰিয়ালৰ লোকে বঙাইগাঁও আৰক্ষী প্ৰশাসনক আৰু বিটিচি চৰকাৰক কাতৰভাৱে অনুৰোধ জনায় যে এই ঘটনাৰ ন্যায় আৰু সহায় পাব লাগে।

উপৰৰ হেলমিনা (বালিকুৰি এন, ছি) নামৰছোৱালজনীয়ে তলৰ তিনিজন লৰা ছোৱালী(কলগাছিয়াৰ) ক লগত লৈ যোৱা ৭ তাৰিখৰপৰা নিৰুদ্দেশ। কোন...
09/08/2025

উপৰৰ হেলমিনা (বালিকুৰি এন, ছি) নামৰ
ছোৱালজনীয়ে তলৰ তিনিজন লৰা ছোৱালী
(কলগাছিয়াৰ) ক লগত লৈ যোৱা ৭ তাৰিখৰ
পৰা নিৰুদ্দেশ। কোনোবাই সন্ধান পালে
8876157699 নম্বৰত জনাব

07/08/2025

এখন দলং নিৰ্মাণক লৈ একাংশ বি,পি, এফ কৰ্মী মিছা অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমৰ যোগেদি বাতৰি সম্প্ৰচাৰ কৰে।

26/06/2025

সাংবাদিক জবা দাসৰ প্ৰশ্ন কৰিলে কি আৰু মাননীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া উত্তৰ দিলে কি চাই লওক এবাৰ

10/06/2025

অহাবাৰলৈ IPL খেলিব অসমৰ দলে।
IPL ত আহি আছে কাজিৰঙা ৰাইন'জ।
অসমৰ বিনিয়োগকাৰীৰ সহায়ত আদানি গ্ৰুপৰ দল

01/06/2025

*আজি চিৰাং জিলাত এবিএমছুৰ সভাপতি টাইছন হুছেইন বাংলাদেশলৈ বিতাৰণ কৰা লোকসকলৰ পৰিয়ালৰ কাষ চাপে আৰু পৰিয়ালৰ বুজ লয়।*
এবিএমছুৰ কেন্দ্ৰীয় সভাপতিয়ে কয় যে যদি এই সকল ব্যক্তিক ঘূৰাই লৈ নাহে তেনেহলে পৰৱৰ্তী সময়ত আমি আন্দোলন গঢ়ি তুলিম।*

30/05/2025
30/05/2025

বিদেশী চিনাক্ত খাইৰুল ইছলামক নাৰাখে বাংলাদেশে।খাইৰুল ইছলামৰ দাবী মই ভাৰতীয়।মই ভাৰতৰ অসমৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক।

29/05/2025

এগৰাকী মাতৃয়ে হুকহুকাই কান্দিছে নিজৰ সন্তানৰ বাবে ।
এটা পৰিয়ালৰ পিতৃ-মাতৃ ভাৰতীয় কিন্তু পুত্ৰ বিদেশী কেনেকৈ সম্ভৱ বুলি প্ৰশ্ন কৰে পৰিয়ালৰ লোকে?

Address

Bonghugi
Barpeta
781321

Alerts

Be the first to know and let us send you an email when NE 24 AXOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE 24 AXOM:

Share