NE LIVE Digital

NE LIVE Digital তথ্যনিষ্ঠ বাতৰিৰে আমি আহিছোঁ।আমি মানুহৰ বাবে মানুহৰ স্বাৰ্থত কাম কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ।

02/06/2026

কলগাছিয়াৰ বৰতটাৰীত হ*ত্যাকা*ণ্ড।

✍️ঘোৰামাৰাৰ ইছমাইল হুছেইন(৪২)ক কালি সন্ধিয়া হ*ত্যা কৰাৰ সন্দেহ।

02/06/2026

বিধায়ক শ্বেৰমান আলী আহমেদে গোটেই নিৰ্বাচন ঝুমলাৰে পাৰ কৰিছে বুলি প্ৰাক্তন সাংসদ আব্দুল খালেকৰ প্ৰতিক্ৰিয়া।

অভিষেক ব্যানাৰ্জি আৰু মমতা ব্যানাৰ্জিৰ উপৰত হোৱা আক্ৰমণ সম্পৰ্কে কোনো মন্তব নাই শ্বেৰমান আলী আহমেদৰ।

যিসকল ক্ষমতাত থাকে তেওঁলোকক কোনো প্ৰশ্ন নকৰে আৰু যিসকলে বিৰোধীত থাকে তেওঁলোকক প্ৰশ্ন কৰে শ্বেৰমান আলী আহমেদে।

02/06/2026

🚨মাজুলী ধৰ্ষ*ণ কাণ্ডৰ অভিযুক্তসকলক লৈ প্ৰশ্ন উত্থাপন ভিক্টৰ দাসৰ!
👉Ali, Rahmanৰ Encounter হ'ব পাৰে যদি,
👉তেন্তে আন অভিযুক্তসকলৰ ক্ষেত্ৰতো একে ব্যৱস্থা কিয় নহ'ব?
👉আইনৰ সমান প্ৰয়োগৰ দাবী ভিক্টৰ দাসৰ।

01/06/2026

কলগাছিয়াত জু*ৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান।

আৰক্ষীৰ জালত পৰিল এজন কু*খ্যাত আই পি এল জু*ৱাৰী।

আৰক্ষীয়ে আ*টক কৰিবলৈ সক্ষম হয় হালধিয়া গাঁৱৰ দেৱান জেহেৰুল ইছলাম নামৰ এজন যুৱকক।

যুৱকজনৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নগদ ধন, বাহন আৰু কেইবাখনো ডেবিট কাৰ্ড।

01/06/2026

👉 কলগাচিয় বাসীৰ বাবে অত্যন্ত ভাল খৱৰ।

👉 কলগাছিয়া চাৰিআলিত এইচ আৰ ডাইগনষ্টিক আৰু ডে কেয়াৰ চেণ্টাৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

01/06/2026

আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সৰ্থেবাৰীৰ সমীপৰ এখন ৰিজ'ৰ্ট

জনসমুদ্ৰত পৰিণত BM Nest নামৰ এখন Resort

লোকে লোকাৰন্য পৰিৱেশ

প্ৰতিদিনে প্ৰায় তিনি হাজাৰতকৈও অধিক মানুহৰ সমাৱেশ

01/06/2026

🔺 কৰাৰকুৰ বেঁকী ব্ৰীজৰ ওপৰেদি টকাৰ বিনিময়ত পাৰ হৈছে চাৰিচকীয়া বাহন।

🔺 জিলা প্ৰশাসনে বেঁকী ব্ৰীজৰ ওপৰেদি চাৰিচকীয়া বাহন চলাচল নি-ষিদ্ধ কৰি দিয়া সত্ত্বেও কোনে দিলে পাৰাপাৰ কৰাৰ অনুমতি।

🔺 কিমান টকাৰ বিনিময়ত পাৰ হয় চাৰিচকীয়া বাহন।

🔺 জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হব লক্ষণীয়

01/06/2026

ৰঙিয়াৰ কেন্দুকোনাস্থিত জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কামৰূপ জিলা ভিত্তিত কাৰাটে বেল্ট পৰীক্ষা আৰু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত।

বিদেশী ন্যায়াধিকৰণৰ  চূড়ান্ত ৰায়ৰ পিছতে জুৰীয়াত দুজনী মহিলাক গ্ৰেপ্তাৰ কৰি গোৱালপাৰা ডিটেনশন কেম্পলৈ প্ৰেৰণ। কিন্তু ...
01/06/2026

বিদেশী ন্যায়াধিকৰণৰ চূড়ান্ত ৰায়ৰ পিছতে জুৰীয়াত দুজনী মহিলাক গ্ৰেপ্তাৰ কৰি গোৱালপাৰা ডিটেনশন কেম্পলৈ প্ৰেৰণ। কিন্তু পৰিয়ালৰ দাবী— তেওঁলোকৰ চৈধ্য গোষ্ঠী ভাৰতীয়। এই ঘটনাই এতিয়া অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

01/06/2026

বাইহাটা চাৰিআলিত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত।

Address

Barpeta

Alerts

Be the first to know and let us send you an email when NE LIVE Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE LIVE Digital:

Share