News365 Axom Plus

News365 Axom Plus This page created for bring some Information to public

16/11/2024

বিধৱা মহিলা সকলৰ পইচাও আত্মসাৎৰ লক্ষ্য এই ভণ্ড দা◦◦লা◦◦লৰ

12/02/2024

মাকৈ খেতিৰ ভিতৰত নি''চা"জাতীয় আফিংৰ খেতি দু"ষ্ট-চক্রৰ

23/09/2023

বৰপেটাৰ ৰুভী গাৱত আকৌ আনন্দৰ জোৱাৰ৷

পুৰণি ঐতিয্য ৰক্ষা কৰি পুনৰ আৰম্ভ কৰিলে ৬৩ হাত বাইছালি নাৱৰ কাম৷

20/09/2023

ভাইৰাল কল ৰেকৰ্ডিংকলৈ মূখ খুলিলে মুফতিয়ে, এই কল ৰেকৰ্ডিং মোৰ নহয়৷

মুফতি মকিবুৰ ৰহমান

19/07/2023

ৰাজনীতি চলি থকা সময়তে মৈৰাবাৰীৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে দাঙি ধৰিলে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন।

09/07/2023

🛶 ছয়গাঁৱৰ চাম্পুপাৰাত বিশাল নাও খেল প্ৰতিযোগীতা🛶 লাক্ষ লাক্ষ দৰ্শকৰে উদূলী-মূদূলী কলহী নদীৰ বাকৰি

07/07/2023

বানবিধ্বস্ত বাকসাৰ কদমতলাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় চিকিৎসা শিৱিৰ

03/07/2023

কলগাছিয়াৰ বালিকুৰি নন কে গাঁৱত এখন পাৰঘাটক কেন্দ্ৰ কৰি উ*ত*প্ত পৰিস্থিতি

03/07/2023

মৰিগাঁও জিলাৰ লাহৰিঘাট উন্নয়ন খন্ডৰ অন্তৰ্গত ভেকোবৰী এটা পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে অঞ্চলবাসী ৰাইজক।

26/06/2023

দুবছৰৰ অন্তত আজিৰ পৰা হাটশিঙিমাৰী-ধুবুৰীৰ মাজত আৰম্ভ হল জাহাজ সেৱা

26/06/2023

👉🏻 চিৰাঙৰ বাসুগাঁৱত নদীত গা ধুবলৈ গৈ স*ন্ধা*ন*হী*ন দুই স্কুলীয়া ছাত্ৰ।

👉🏻 বাসুগাঁৱৰ কানিভুৰ নদীত গা ধুবলৈ স*ন্ধা*ন*হী*ন হৈছে ছাত্ৰ দুজন।

👉🏻 ছাত্ৰ দুজনক নাৰায়ণ বৰ্মন আৰু গোপাল চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে।

20/06/2023

আজি বৰপেটা জিলাৰ ৰুপসী উন্নয়ন খণ্ডৰ গিৰ হল্ডিং ফাৰ্ম শওপুৰৰ পৰা কেইবাগৰাকী গো-পালকৰ মাজত বিতৰণ l

Address

Barpeta
Barpeta
781319

Telephone

+918638559719

Website

Alerts

Be the first to know and let us send you an email when News365 Axom Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News365 Axom Plus:

Share