Amar Salbari

Amar Salbari শুদ্ধ খবৰ, সময়ৰ খবৰ || थार खौरां,समनि खौरां ।।
" আমাৰ শালবাৰী" || "जोंनि सालबारि"
(1)

দালালৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান। বাক্সাৰ গোৱৰ্দ্ধনাত দুজন দালালক আটক।
05/09/2026

দালালৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান।
বাক্সাৰ গোৱৰ্দ্ধনাত দুজন দালালক আটক।

আজি শিক্ষক দিৱস ।
05/09/2026

আজি শিক্ষক দিৱস ।

বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি জুবিন দাসৰ আজি ওপজা দিন । আপুনিও জনাওক ছাত্ৰনেতাগৰাকীক জন্মদিনৰ শুভকামনা। Happy Birthday...
05/09/2026

বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি জুবিন দাসৰ আজি ওপজা দিন ।

আপুনিও জনাওক ছাত্ৰনেতাগৰাকীক জন্মদিনৰ শুভকামনা।

Happy Birthday

05/09/2026

বাক্সাৰ আনন্দ বজাৰ হাটখোলাত জন্মাষ্টমীৰ উখল-মাখল পৰিৱেশ।

শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে আনন্দ বজাৰ হাটখোলাত ভক্তিময় পৰিৱেশ। পুৱাৰে পৰা নামঘৰত আয়তীসকলৰ নাম-প্ৰসংগ, নিশা কণ কণ শিশুক শ্ৰীকৃষ্ণ-ৰাধাৰ ৰূপত সজাই গাঁওখনত আনন্দ-উল্লাস।

সুপ্ৰভাত ।
05/09/2026

সুপ্ৰভাত ।

04/09/2026

বৰপেটাৰোডত সৰ্পদংশনৰ ঘটনা।

ঘৰৰ পিৰালিত বিষাক্ত ৰজা ফেটী সাপৰ দংশনত গুৰুতৰভাৱে অসুস্থ ৫০ বছৰীয়া বিমল চন্দ্ৰ ঘোষ। ততাতৈয়াকৈ বৰপেটাৰোড এফ আৰ ইউত ভৰ্তি কৰাৰ পাছত চিকিৎসক ডাঃ প্ৰদীপ ৰাজবংশীৰ তৎপৰতাত ‘এন্টিভেনম’সহ প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তোলা হয় লোকজনক।

চিকিৎসকৰ তৎপৰতাৰ শলাগ পৰিয়ালৰ। সৰ্পদংশনৰ চিকিৎসাত এফ আৰ ইউৰ চিকিৎসক-চিকিৎসাকৰ্মীৰ ভূমিকাৰো প্ৰশংসা জিলা আয়ুক্ত নৱদীপ পাঠকৰ।

04/09/2026

সমন্বয় মঞ্চ আনন্দ বজাৰৰ আমন্ত্ৰণত ৫, ৬ আৰু ৭ ছেপ্তেম্বৰত আনন্দ বজাৰত আৱাহন থিয়েটাৰ ।



Prastuti Porasor Prastuti Porasor Prastuti Parashar_thedramaqueen Prayashi Porashor

আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। সমূহ ৰাইজলৈ জন্মাষ্টমীৰ শুভেচ্ছা।
04/09/2026

আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। সমূহ ৰাইজলৈ জন্মাষ্টমীৰ শুভেচ্ছা।

সুপ্ৰভাত
04/09/2026

সুপ্ৰভাত

03/09/2026

বেঁকী নৈত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ।

কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ পাছতে বেঁকী নৈৰ জলপৃষ্ঠ বৃদ্ধিৰ মাজতে মানাহৰ দুৰ্গম এলেকাত উদ্ধাৰ মৃতদেহ। পৰিচয় আৰু মৃত্যুৰ কাৰণ জানিবলৈ আৰক্ষীৰ তদন্ত অব্যাহত।

Address

Barpeta

Alerts

Be the first to know and let us send you an email when Amar Salbari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share