Jakir Hussain Sikdar FC

Jakir Hussain Sikdar FC Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jakir Hussain Sikdar FC, Digital creator, Sarukhetri, Barpeta.

পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ভক্তৰডবাস্থিত হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আপোনালোকৰ ভোট...
18/09/2025

পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ভক্তৰডবাস্থিত হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আপোনালোকৰ ভোটবোৰ দি জয়যুক্ত কৰক। ধন্যবাদ

অভিনন্দন।
18/09/2025

অভিনন্দন।

07/09/2025
১৭ নং দক্ষিণ পাকা গাওঁ পঞ্চায়তৰ অন্তৰ্গত নলীৰ পাম গাঁৱৰ নাছিৰ উদ্দিনৰ ঘৰৰ পৰা হানিফ আলীৰ ঘৰলৈ যোৱা গ্ৰাম্য পথছোৱাত আজি ...
31/08/2025

১৭ নং দক্ষিণ পাকা গাওঁ পঞ্চায়তৰ অন্তৰ্গত নলীৰ পাম গাঁৱৰ নাছিৰ উদ্দিনৰ ঘৰৰ পৰা হানিফ আলীৰ ঘৰলৈ যোৱা গ্ৰাম্য পথছোৱাত আজি বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে দক্ষিণ পাকা মণ্ডল কংগ্ৰেছ কমিটীৰ সদস্য সকলে শিল বালি পেলাই যাতায়তৰ কাৰণে সু-ব্যৱস্থা কৰি দিয়া হ'ল।

কাহিকুছি বজাৰত।
23/08/2025

কাহিকুছি বজাৰত।

21/08/2025
19/08/2025

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাত থকাৰ বেমাৰ হৈছে। গুৱাহাটীৰ কেৱ চালক সকলক অচিনাকী বুলি মন্তব্যৰ বিৰুদ্ধে বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াৰ কি ক'লে?

Address

Sarukhetri
Barpeta

Website

Alerts

Be the first to know and let us send you an email when Jakir Hussain Sikdar FC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share