06/07/2025
নাজানো, কিয় বা !!
আমিবোৰ কিয় ইমান কৃপণ, কাৰোবাৰ ভালটো প্ৰশংসা কৰিবলৈ।
আনহাতে, অধিক খৰচী !
আনৰ সমালোচনা কৰিবলৈ, কাৰোবাৰ বিপদৰ সময়ত টান কথা এষাৰ কৈ মনত দুখ দিবলৈ, কাৰোবাৰ দুষত হাহিবলৈ.!
প্ৰশংসা....এক অপৰিসীম ক্ষমতা !!
প্ৰশংসা সূচক এটি শব্দই কাৰোবাক ভালৰ পৰা অতি উত্তম লৈ আগবাঢ়ি যোৱাত সহায় কৰে।
কাৰোবাক প্ৰশংসা কৰিবলৈ হ'লে টকা দিব লাগে নেকি ?
নাই, নালাগে !!!
তেনেহলে কিয় ইমান কৃপণালি ????