
07/10/2023
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ হৰিপুৰ পঞ্চায়তৰ অন্তৰ্গত কাকধোৱা গাওঁ তথা তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মোৰ শিক্ষা গুৰু মাননীয় মহৰ খান ডাঙৰীয়া এই পৃথিৱীৰ পৰা চিৰ বিদায় লয়।
পৰম কৰুণাময় আল্লাহৰ ওচৰত তেখেতৰ দেহৰ মাগফিৰাতৰ কাৰণে দোৱা মাগিছোঁ।শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।