Rafiqul Islam - ৰফিকুল ইছলাম

Rafiqul Islam - ৰফিকুল ইছলাম General Secretary (Admin.) MSUA Central Committee.

RIP Zubeen Da 🙏
20/09/2025

RIP Zubeen Da 🙏

বিশ্ববন্দিত গণশিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা দেৱৰজন্ম শতবাৰ্ষিকীত শ্ৰদ্ধাৰে সুৱৰিছোঁ।
08/09/2025

বিশ্ববন্দিত গণশিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা দেৱৰ
জন্ম শতবাৰ্ষিকীত শ্ৰদ্ধাৰে সুৱৰিছোঁ।

This is a  special  moment to discuss some of the works of the constituency with the efficient MLA of Baghbar constituen...
06/09/2025

This is a special moment to discuss some of the works of the constituency with the efficient MLA of Baghbar constituency, Hon'ble Sherman Ali Ahmed sir this evening.

Sherman Ali Ahmed

দৈনন্দিন বাৰ্তা//২ ছেপ্টেম্বৰ, ২০২৫ ৰ//পৃষ্ঠা– ৯, ওদালগুৰি
03/09/2025

দৈনন্দিন বাৰ্তা//২ ছেপ্টেম্বৰ, ২০২৫ ৰ//পৃষ্ঠা– ৯, ওদালগুৰি

দৈনন্দিন বাৰ্তা//২৯ আগষ্ট, ২০২৫ ৰ//পৃষ্ঠা– ৮, ওদালগুৰি
30/08/2025

দৈনন্দিন বাৰ্তা//২৯ আগষ্ট, ২০২৫ ৰ//পৃষ্ঠা– ৮, ওদালগুৰি

30/08/2025
29/08/2025
29/08/2025

AI তথাপিও কথাবোৰ সত্য।

26/08/2025

পথাৰৰ পৰা গৰু চুৰি কৰি আনি গৰু মাংস কাটি বিক্ৰী কৰাৰ
পৰিকল্পনা কৰা দুই হিন্দু লোকক লক্ষ্মণ মুণ্ডা আৰু প্ৰধান ওৰাঙক
ৰাইজে হাতে-লুটে ধৰি আৰক্ষীক গতাই দিয়ে।

18/07/2025

চৰকাৰৰ চৰম নিষ্ঠুৰ বৰ্ব্বৰতা আৰু অত্যাচাৰ সহিব নোৱাৰি
উচ্ছেদিতই এতিয়া চৰম পন্থা বাচি লৈছে।

.            যোৱা ১৬ জুন, ২০২৫ ইং তাৰিখত নগাঁও জিলা বৃহত্তৰ ধিং অঞ্চলৰ সকলোৰে চিনাকি মুখ ধিংৰ বিশিষ্ট সমাজ সেৱক শ্ৰী সূৰ...
27/06/2025

. যোৱা ১৬ জুন, ২০২৫ ইং তাৰিখত নগাঁও জিলা বৃহত্তৰ ধিং অঞ্চলৰ সকলোৰে চিনাকি মুখ ধিংৰ বিশিষ্ট সমাজ সেৱক শ্ৰী সূৰ্য্য কুমাৰ বৰা দেৱৰ আকস্মিক মৃত্যু হয়। আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা কৰি তেখেত লৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ।

23/02/2025

দেশৰ আইন শৃংখলাতা!!!
যি আৰক্ষীয়ে সৰ্বসাধাৰণ ৰাইজক নিৰাপত্তা দিয়ে
সেই আৰক্ষীৰে আজি নিৰাপত্তা নাই এইখন দেশত।

Assam Police
Himanta Biswa Sarma

Address

Barpeta
781352

Website

Alerts

Be the first to know and let us send you an email when Rafiqul Islam - ৰফিকুল ইছলাম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share