GS Vlogs

GS Vlogs follow my page
নতুন পেইজ সবাই সাপোৰ্ট করবেন প্লিজ ।
(3)

26/09/2025

🙏Z💔ubeen Garg 🖤🙏🌿
Ex............ girlfriends 😧

26/09/2025

🙏🏿🖤Zubeen Garg Dadar 🖤🙏🏿
Ex......... girlfriend 😂

জোনমণি, ৰুণজুন তেতিয়া চকুত জোন...এই গীতটিৰ জোনমণি কোনো কাল্পনিক চৰিত্ৰ নাছিল । তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জুবিন ...
26/09/2025

জোনমণি, ৰুণজুন তেতিয়া চকুত জোন...এই গীতটিৰ জোনমণি কোনো কাল্পনিক চৰিত্ৰ নাছিল । তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জুবিন গাৰ্গৰ সহপাঠী আছিল জোনমণি ৷ তেতিয়া জুবিনদাই তবলা বজাইছিল জোনমণিয়ে গাইছিল ৷ সেই জোনমণি গগৈৰ প্ৰেমতো পৰিছিল অসমবাসীৰ হিয়াৰ আমঠু জুবিনদা ৷ জুবিনদাই এই কথা নিজেই কৈছিল ৷ কৈছিল জোনমণি আৰু ৰুণজুন তেওঁৰ প্ৰথম প্ৰেম বুলি ৷ জোনমণি গগৈ এতিয়া জোনমণি দাস ৷ নলবাৰীত স্বামী আৰু সন্তানৰ সৈতে থাকে জোনমণি ৷ জীয়াই থকা অৱস্থাত চিনাকি দিবলৈ বিচাৰিও সুযোগ নাপালে জোনমণি (গগৈ) দাসে ৷ এটা সাধাৰণ জীৱন যাপন কৰে ভগৱানৰ একালৰ সহপাঠী তথা প্ৰেমে ৷ জুবিনদাৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰিছে জোনমণিয়েও ৷ প্ৰায় ৩৭-৩৮বছৰ আগতে এই জোনমণি গৰাকী কম ধুনীয়া আছিলনে চাগৈ, যাৰ প্ৰেমত পৰিছিল মানুহে ভগৱানৰ মৰ্যাদা দিয়া জুবিনদা!

21/09/2025
18/09/2025

Hendal....... popular 💯😝

18/09/2025
14/09/2025

খেলা শুরু হয়েছে 🙏👌🍃

11/09/2025
11/09/2025
11/09/2025

যেমন বৌমা 🌿🍃🥰

Address

Barpeta

Website

Alerts

Be the first to know and let us send you an email when GS Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share