Reporter ALOM

Reporter ALOM সদায় ৰাইজৰ হৈ কাম কৰি‌ যাম।

11/05/2025

আজি পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ দিন এইয়া বৰপেটাৰ দৃশ্য

10/05/2025

Kon Hai ye log

06/05/2025

আজকে খুশির দিনে Election Rally

কোনে জানে কাৰ মৃত্যুৰ ঘণ্টা কেতিয়া বাজে। বৰ নিষ্ঠুৰ আৰু বাস্তৱ সত্য এই মৃত্যুৰ পৰা আমি কোনেও সাৰি যাব নোৱাৰোঁ । কাৱৈমাৰ...
06/05/2025

কোনে জানে কাৰ মৃত্যুৰ ঘণ্টা কেতিয়া বাজে। বৰ নিষ্ঠুৰ আৰু বাস্তৱ সত্য এই মৃত্যুৰ পৰা আমি কোনেও সাৰি যাব নোৱাৰোঁ । কাৱৈমাৰী এক্সেজ এৰিয়া ঘ ব্লকৰ ৰফিকুল ইছলাম (ডাক্তৰ) Habil Uddin ৰ dada আজি দিনৰ 1বজাত (06-5-2025) নিজ বাসগৃহত মৃত্যু হয় । ৰফিক ডাক্তৰ আকস্মিক মৃত্যুত আমি মৰ্মাহত হৈছোঁ । আমাক সকলোকে কন্দুৱাই আজি চিৰ বিদায় মাগিলে । আজি 06-05-2025 ইংৰাজী তাৰিখত ৰাতি 8 - 30 বজাত তেখেতৰ জানাজা সম্পন্ন কৰা হ'ব নিজ বাসগৃহত । জানাজাত অংশ গ্ৰহণ কৰিবলৈ পৰিয়ালৰ লোকে সকলো ধৰ্ম পৰায়ণ লোকক আহ্বান জনায় । মৃত্যুৰ সময়ত এৰি থৈ যোৱা তেখেতৰ সহধৰ্মিনী আৰু পুতেক লগতে ভাই ককাই ভতিজা - ভতিজীক এৰি থৈ চিৰ দিনৰ বাবে বিদায় মাগিলে। তেখেতৰ আত্মাৰ চিৰ শান্তি বাবে সকলোৰে ওচৰত দোৱা বিচাৰিছে পৰিয়ালৰ লোকে ।

05/05/2025

মনিৰ উদ্দিনৰ মৃত ১৪ মহীয়া সন্তানৰ বাবে মৌনতা অৱলম্বন

05/05/2025

মনিৰ উদ্দিনৰ নিৰ্বাচনী সভাত মৌলানা ইদ্ৰিছ আলী চাহাবৰ দোৱা।

05/05/2025

মনিৰ উদ্দিনৰ আৱেগিক ভাষণ

05/05/2025

মনিৰ উদ্দিন জিন্দাবাদ

05/05/2025

মনিৰ উদ্দিন জিন্দাবাদ

05/05/2025

মনিৰ উদ্দিনৰ নিৰ্বাচনী ৰেলী

05/05/2025

মনিৰ উদ্দিনৰ নিৰ্বাচনী ৰেলীত বৃহৎ সংখ্যক ৰাইজৰ যোগদান

Address

Bhakterdoba
Barpeta
781352

Website

Alerts

Be the first to know and let us send you an email when Reporter ALOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share