Inzamul short fun

Inzamul short fun Life is too short so let's make memories with fun and entertainment.
(1)

Like Ultimate Fun community.Ultimate Fun™ is an internet-based social networking service in the fields of dating and entertainment..

Somewhere in the Earth.
01/10/2025

Somewhere in the Earth.

16/09/2025

অপমান সহ্য কৰিব লাগিব

16/09/2025

Good morning guys

16/09/2025

প্ৰসংগ SIR (Special Intensive Revision)
-------
অসমত এতিয়ালৈকে SIR (Special Intensive Revision)ৰ কাম সম্পূৰ্ণৰূপে আৰম্ভ হোৱা নাই। কিন্তু তাৰ আগতে নিৰ্বাচন আয়োগে ভোটাৰৰ শ্ৰেণী বিভাজনৰ কাম আৰম্ভ কৰিছে। অন্যান্য জিলাৰ লগতে বৰপেটা জিলাত এই কাম আৰম্ভ হৈ গ'ল। ভোটাৰক A, B , C আৰু D এই চাৰিটা শ্ৰেণীত ভাগ কৰা হ'ব।A আৰু B ৰ কামখিনি কৰি নিজৰ নিজৰ কেন্দ্ৰৰ BLOসকলে ১৮ ছেপ্টেম্বৰত জমা দিব লাগিব। ইতিমধ্যে প্ৰতিজন BLOক ২০২৫ চনৰ ভোটাৰ লিষ্ট দিয়া হৈছে। এই ভোটাৰ লিষ্টতে BLOসকলে চিহ্ন কৰি জমা দিব। ২০২৫ চনত যদি আপোনাৰ নাম এই তালিকাত প্ৰকাশ পাইছে আৰু যদি আপোনাৰ নাম ২০০৫ চনত প্ৰকাশিত তালিকাত প্ৰকাশ পাইছে। তেন্তে যদি আপোনাৰ কেন্দ্ৰ সলনি হোৱা নাই তেন্তে BLOজনৰ বাবে কোনো সমস্যা নহয়। কিন্তু যদি আপোনাৰ কেন্দ্ৰ সলনি হৈছে তেন্তে ২০০৫ চনত আপোনাৰ নাম কোন সমষ্টিৰ কোন খণ্ডত আৰু কিমান ক্ৰমিক নম্বৰ আছে সেই তথ্য নিজৰ নিজৰ BLOক যোগান ধৰক। বিশেষকৈ মহিলাসকলে অলপ গুৰুত্ব দিব। কিয়নো বিয়াৰ আগত যদি ২০০৫ চনত নিজৰ নামটো পিতৃ গৃহত আছে তেন্তে সেই তথ্যখিনি বৰ্তমানৰ BLOৰ হাতত যোগান ধৰক। এইখিনি সমাপ্ত বৰপেটা জিলাৰ BLOসকলে ১৮ ছেপ্টেম্বৰ জমা দিব। এইবোৰৰ আকৌ ঘূৰাই দিব তেতিয়া ইয়াৰ পিছত C আৰু Dৰ কামখিনি কৰিব লাগিব। Cআৰু Dত কৰিবলগীয়া কামখিনিৰ বিষয়ে পিছত লিখিম। কিবা জানিব লগা মোক ফোন কৰিব পাৰিব। ২০০৫ চনৰ ভোটাৰ তালিকা চাবলৈ তলত দিয়া লিংকত ক্লিক কৰিব লাগিব।
Fb

14/09/2025

ধৈৰ্যই হৈছে সকলো।

Good evening guys
13/09/2025

Good evening guys

13/09/2025

28/10/2024

Good morning everyone

Address

Barpeta

Alerts

Be the first to know and let us send you an email when Inzamul short fun posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share