Kai Bedolong

Kai Bedolong Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kai Bedolong, Digital creator, Assam.

শান্তি নাই কতো 😂
03/05/2025

শান্তি নাই কতো 😂

Celebrating my 5th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉
02/05/2025

Celebrating my 5th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

06/04/2025
27/02/2025

পঃৰাগলৈ সকলোকে নিমন্ত্ৰণ জনালোঁ।
স্বাগতম 🙏🙏🙏
With Pegu

06/02/2025

এইয়া হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ বৰবিল গাঁৱৰ আগন্তুক উদযাপন হব লগীয়া পৰাগৰ লাই খুঁটা স্থাপনৰ সংগতি ৰাখি বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য।
Borbil Mising Do:lung Po:rag gídísípí-2025
Create by- doley

অতি দুখৰ খবৰ! আমাৰ মৰমৰ শিল্পী গীতিকাৰ তথা সুৰকাৰ সকলোৰে পৰিচিত হিয়াৰ আমঠু লেখন কুম্বাংৰ দাদাৰ দুটা কিডনি বিকল হোৱা খবৰ...
18/01/2025

অতি দুখৰ খবৰ!
আমাৰ মৰমৰ শিল্পী গীতিকাৰ তথা সুৰকাৰ সকলোৰে পৰিচিত হিয়াৰ আমঠু লেখন কুম্বাংৰ দাদাৰ দুটা কিডনি বিকল হোৱা খবৰে আমাক তথা অসমবাসীক লগতে মিচিং সমাজক যতেষ্ট দুখ দিছে। এতিয়া জানিব দিয়ামতে তেখেতক তামিলনাড়ু KMCH হসপিটালত ভৰ্তি কৰোৱা হ'ব বুলি জনাইছে। তাতে তকৈ দুখৰ বিষয়টো হৈছে এতিয়া নতুন কিডনি সংস্থাপন কৰিবলৈ বহুু লক্ষ্যাধিক টকাৰ প্ৰয়োজন। আৰ্থিক অসুবিধাৰ বাবে এতিয়া অপাৰেশ্যন আৰম্ভ কৰিব পৰা নাই বুলি জানিব পৰিছো। সেইয়ে এতিয়া অসমবাসী তথা মিচিং সমাজৰ পৰা সহায় বিচাৰিছে। আপোনালোকক হাত যোৰ কৰিছো, জোনে যেনেকৈ পাৰে এই তলত দিয়া নম্বৰত সহায়ৰ হাত আগবঢ়াবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছো।
Gpay No +91 87249 47571

04/11/2024

বৰবিল পৰাগ ঊংসবৰ 2025 ৷ এই উংসৱটি সংহতি ৰাখি এখনি souvenir (আলোচনী) উলিয়াব বিচৰা হৈছে ৷ আলোচনী খনৰ বাবে কবিতা'’গল্প’ লিমাৰিক কবিতা ’ মিচিং ভাষাত লিখা কবিতা গল্প৷ লগতে ইংৰাজীত লিখা কবিতা গল্প আদি বিচৰা হৈছে ৷

যোগা যোগাৰ ঠিকনা
Biddeswar Pegu
ph no 9401334631
Manashjyoti Pegu
8822973749 /6901612532
বৰবিল ৷

Address

Assam

Website

Alerts

Be the first to know and let us send you an email when Kai Bedolong posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kai Bedolong:

Share