27/08/2026
📌বিজনীত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বি*ৰু #দ্ধে আছুৰ বি*ক্ষো*ভ সমদল
📌সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চিৰাং জিলাৰ বিজনীতো আছুৰ বি*ক্ষো*ভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
📌চিৰাং জিলা আছুৰ উদ্যোগত আৰু বিজনী আঞ্চলিক আছুৰ সহযোগত এই বি*ক্ষো*ভ সমদল কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।